Heroin and Yaba Tablets Seized: আসাম ৰাইফলছ – কাছাৰ আৰক্ষীযৰ যৌথ অভিযানত জব্দ ১৪ কোটি টকাৰ ড্ৰাগছ

WhatsApp Image 2026 02 06 at 6.04.29 PM

Heroin and Yaba Tablets Seized:

অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰস্থিতি গ্ৰহণ কৰি অহাৰ মাজতে কাছাৰত জব্দ হ’ল ১.৮৮ কেজি হেৰ’ইন আৰু কে’বাহাজাৰ নিষিদ্ধ য়াবা টেবলেট।
বিশেষ সূত্ৰৰ পমখেদি আসাম ৰাইফলছ আৰু কাছাৰ আৰক্ষীয়ে যৌথ দল এটাই কাছাৰৰ লক্ষীপুৰৰ তলেনগ্ৰামৰ অসম-মণিপুৰ সীমান্তৰ বৰাক নৈৰ ওচৰত অৰ্তকিতে অভিযান চলাই প্ৰায় ১.৮৮ কেজি হেৰ’ইন আৰু কে’বাহাজাৰ নিষিদ্ধ য়াবা টেবলেট জব্দ কৰাৰ লগতে মণিপুৰৰ জিৰিবাম জিলাৰ জেভিয়েন ভাইপোক নামৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰে। জব্দকৃত ড্ৰাগছখিনিৰ মূল্য প্ৰায় ১৪ কোটি টকা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷

Exit mobile version