Gaurav Gogoi:গৌৰৱ গগৈৰ সোমবাৰৰ সংবাদমেলৰ পাছতে অতিৰিক্ত নিৰাপত্তা প্ৰদান অসম আৰক্ষীৰ

প্ৰদান কৰা হৈছে ৩ দেহৰক্ষী সহ এচকর্ট গাড়ী

WhatsApp Image 2026 02 10 at 1.14.01 PM 1

Gaurav Gogoi:

মহানগৰীৰ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয় ৰাজিৱ ভৱনত সোমবাৰে অনুষ্ঠিত এক সংবাদমেলত গৌৰৱ গগৈয়ে তেওঁ পৰ্যাপ্ত নিৰাপত্তা পোৱা নাই বুলি উল্লেখ কৰাৰ পাছতে তৎপৰ ৰাজ্যৰ গৃহ বিভাগ।

আজি প্ৰদেশ কংগ্ৰেছ সভাপতি গৰাকীলৈ অসম আৰক্ষীয়ে প্ৰদান কৰে ৩ দেহৰক্ষী সহ এচকর্ট গাড়ী ৷ এতিয়াৰ পৰা তেওঁৰ নিৰাপত্তাৰ দায়িত্বত অতিৰিক্তভাৱে থাকিব দেহৰক্ষী I

Exit mobile version