Horoscope:✒️মেষ: চোৰ ডকাইতৰ পৰা সাৱধান হ’ব। অৰ্থৰ নাটনি হ’ব পাৰে। অচিনাকি ব্যক্তিৰ দ্বাৰা সমস্যাত পৰিব পাৰে। টকা ধাৰ দিয়া বা লোৱা এটাও নকৰিব। শিক্ষার্থীৰ শুভ।
বৃষ: বিয়াৰ প্ৰস্তাৱ পাব পাৰে। শিক্ষার্থীৰ বাধা দেখা যায়। ব্যৱসায়ত কিছু সমস্যা আছে যদিও সমাধান হ’ব। শুভ কাৰ্য আজি নকৰাই ভাল হ’ব। সাংসাৰিক অশান্তি বাঢ়িব।
মিথুন: অর্থ হানিৰ যোগ দেখা যায়। পৰিয়ালত বিবাদ হ’ব পাৰে। ব্যৱসায়ত লেনদেন কৰোতে সাৱধান হ’ব পাৰে। পথ দুর্ঘটনা ধৰিব পাৰে। কৰ্মত নিযুক্তি হ’ব।
কর্কট: কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি লাভ। অৱশ্যে বিবাহ বা জীৱিকাৰ উন্নতি হ’ব। আর্থিক দিশত শুভ।
সিংহ: কিছু সন্দেহ আৰু কষ্টেৰে কামত আগবাঢ়িলে যুৱ আহুকালত পৰিব নালাগিব। দূৰ যাত্ৰাদিৰ বাধা পৰাপক্ষত অতিপাত পৰিশ্ৰম বর্জন কৰক।
কন্যা: প্রিয় বন্ধু-বান্ধৱৰ লগত সাক্ষাৎ লাভ। ক্রমে দিনটো কিছু বাধাৰ মাজেদি পাৰ হ’ব। ব্যৱসায়ৰ উন্নতিৰ যোগ। কৰ্মত অশান্তি হ’ব পাৰে।
তুলা: সু-সংযোগ লাভৰ যোগ। বিদ্যা, কর্মস্থান শুভ ফল। দায়িত্বপূর্ণ কৰ্মৰ ক্ষেত্ৰত সচেতন হওক। ব্যৱসায়ৰ উন্নতিৰ চেষ্টা কৰক। সফল হ’ব।
বৃশ্চিক: কর্মাদিনত হঠাত ব্যস্ততা বাঢ়িব পাৰে। আর্থিকভাৱে খৰচ বৃদ্ধি হ’ব। কিছুমান দুভাৱ নাই লগ ধৰিব পাৰে। কর্মব্যত আগবাঢ়িব পাৰে।
ধনু: কোনো কর্মত আনন্দ পাব পাৰে। পুৰণি বন্ধু লগ পোৱাৰ সম্ভাৱনা দেখা যায়। পাৰাপক্ষৰ ঘৰৰ মানুহৰ লগত সময় কটাওক। প্রেমত বাধা দেখা যায়।
মকৰ : স্বাস্থ্যৰ অসুবিধা হোৱাৰ বাবে ব্যৱসায়ত সমস্যা আহিব পাৰে। পঢ়া-শুনাৰ প্ৰতি গুৰুত্ব দিয়ক। কর্মস্থানত আর্থিক উন্নতিৰ আশা কৰিব পাৰে। নতুন কৰ্মপ্ৰেৰণা পাব।
কুম্ভ: যৌথ ব্যৱসায়ৰ আৰ্থিক লেনদেন ক্ষেত্ৰত শুভ প্ৰভাৱ পৰিব। প্রতিযোগিতামূলক পৰীক্ষাত সুনাম বৃদ্ধিৰ যোগ দেখা যায়।
মীন: ব্যৱসায়ৰ ক্ষেত্ৰত শুভ ফল দেখা যায়। প্রিয়জনৰ বাবে ঘৰত বিবাদ হ’ব পাৰে। নতুন গৃহ নিৰ্মাণৰ সুযোগ দেখা যায়।

































