Assam Assembly Budget Session:
সোমবাৰৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ অন্তিম অধিৱেশনৰ আজি দ্বিতীয় দিন ৷ প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হ’ব সদনৰ কাম-কাজ ৷ আজি পূৰ্ণাংগ বাজেটৰ সলনি সদনত বিত্তমন্ত্ৰী অজন্তা নেওগে ৪ মাহৰ বাবে সদনত উদ্থাপন কৰিব ২০২৬-২৭ বৰ্ষৰ লেখানুদান।
