Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Barpeta Road:বৰপেটাৰোডৰ মাজমজিয়াত চাঞ্চল্যকৰ ডকাইতি কাণ্ড

দিন দুপৰতে পিষ্টলধাৰী ডকাইতৰ দলৰ লুটপাত ছেনকো প্রতিষ্ঠানত, কে'বা লাখ নগদ সহ লুটি নিলে ১৫কোটিৰ সোণ - হীৰাৰ আ-অলংকাৰ

publisher by publisher
February 20, 2026
in Assam, Crime
Reading Time: 1 min read
0
Barpeta Road:বৰপেটাৰোডৰ মাজমজিয়াত চাঞ্চল্যকৰ ডকাইতি কাণ্ড
1
SHARES
13
VIEWS
ShareShareShareShare

Barpeta Road:

দিন দুপৰতে পিষ্টলধাৰী ডকাইতৰ দলৰ চাফাই অভিযান ।  ডকাইতৰ দলে লুট কৰি নিলে ১৫ কোটিৰ সোণ – হীৰাৰ আ- অলংকাৰ । এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় বৰপেটা ৰোডৰ আগশাৰীৰ জুৱেলাৰী ছেনকো শ্ব’ৰূমত ৷

ADVERTISEMENT

WhatsApp Image 2026 02 20 at 3.53.36 PMপ্ৰাপ্ত খবৰ অনুসৰি বৰপেটা ৰোডৰ মাজমজিয়াত থকা আগশাৰীৰ জুৱেলাৰী প্ৰতিষ্ঠান ছেনকো শ্ব’ৰূমত শুকুৰবাৰে দিন দুপৰতে মুখত মাস্ক পৰিধান কৰাপাঁচজনীয়া এটি ডকাইতৰ দলে দিন দুপৰতে গ্ৰাহকৰ বেশত প্ৰৱেশ কৰি পিষ্টল টোৱাই প্ৰতিষ্ঠানখনৰ মেনেজাৰক। তাৰ পিছতে আন আন কৰ্মচাৰীৰ হাত বান্ধি পিষ্টল টোৱাই থকাৰ লগতে মেনেজাৰক শাৰিৰীকভাৱে প্ৰহাৰ কৰে । ইয়াৰ পিছতে কেচ কাউন্টাৰৰ পৰা নগদ ১লাখ ২৫হাজাৰ টকাৰ লগতে শ্ব’ৰূমত থকা ১৫ কোটিৰ সোণ, ৰূপ আৰু হীৰাৰ অলংকাৰ লৈ উধাও হয়। হিন্দীভাষী ডকাইতৰ দলটোৱে শ্ব’ ৰূমৰ চিচিটিভিৰ হার্ড ডিস্ক ভাঙি লৈ যায়।

RelatedPosts

Barpeta Road Incident:বৰপেটা ৰোডৰ ১৫ কোটি টকাৰ গহণাৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডত জড়িতৰ সন্দেহত বহি:ৰাজ্যৰ চাৰি যুৱকক আটক 

Barpeta Road Robbery Incident Update:বৰপেটাৰোডৰ গহনালয়ত সংঘটিত চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰে জড়িত সন্দেহত আটক ৪জনক

Robbery incident in Rangia:ৰঙিয়াত চাঞ্চল্যকৰ ডকাইতি কাণ্ড

WhatsApp Image 2026 02 20 at 3.53.37 PM 1আনহাতে চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ পিছতে হুৱাদুৱা লাগে প্ৰতিষ্ঠান খনত ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ক্ষীপ্ৰতাৰে আৰম্ভ কৰিছে তদন্ত। দিন দিন দুপৰতে চহৰ খনৰ মাজমজিয়াত সংঘটিত ডকাইতি কাণ্ডক লৈ ত্ৰস্তমান হৈ পৰিছে অঞ্চলবাসী।

WhatsApp Image 2026 02 20 at 3.37.37 PM

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Barpeta RoadRobbery Incidents
publisher

publisher

Related Posts

Cyber Fraud & Illegal SIM Racket:চাইবাৰ আৰক্ষীৰ জালত পাঁচ কুখ্যাত চাইবাৰ অপৰাধী
Crime

March 9, 2026
Golakganj:গোলকগঞ্জত হিতাধিকাৰীৰ গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ 

কাৰ্বি আংলঙৰ ৪৪২ হেক্টৰ বনভূমি ধ্বংস কৰি জলবিদ্যুৎ প্রকল্প স্থাপনৰ প্ৰস্তুতি
News

আগন্তুক পাঁচ বছৰত অসমক সমস্যামুক্ত ৰাজ্যৰূপে গঢ়াৰ সংকল্প
Assam

March 8, 2026
চলিত বিত্তীয় বর্ষত ধার্য লক্ষ্যৰ ৫০ শতাংশ পথো নির্মাণ নহ’ল অসমত 

এজন ব্যক্তি বা পৰিয়ালৰ বাবে নহয়, সকলোৰে বাবে অসম গঢ়িম: গৌৰৱ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d