Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

    ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহ আজি অনাদৃত-অৱহেলিত 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Barpeta Road Robbery Incident Update:বৰপেটাৰোডৰ গহনালয়ত সংঘটিত চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰে জড়িত সন্দেহত আটক ৪জনক

শুকুৰবাৰে দিনদুপৰতে চিনেমা কায়দাৰে পিষ্টল টোঁৱাই পাঁচ ডকাইতে লুটি নিছিল ১৫ কোটি টকা সোণ- হীৰাৰ আ- অলংকাৰ, নিশাই আৰক্ষীয়ে বৰপেটাৰ দৌলাশালৰ পৰা আটক কৰে ৪জনক

publisher by publisher
February 21, 2026
in Assam, Crime
Reading Time: 1 min read
0
Barpeta Road Robbery Incident Update:বৰপেটাৰোডৰ গহনালয়ত সংঘটিত চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰে জড়িত সন্দেহত আটক ৪জনক
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

NIA Raids:ৰাজ্যত জেহাদী বিৰুদ্ধে নিয়াৰ অভিযান

Barpeta Road Incident:বৰপেটা ৰোডৰ ১৫ কোটি টকাৰ গহণাৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডত জড়িতৰ সন্দেহত বহি:ৰাজ্যৰ চাৰি যুৱকক আটক 

Barpeta Road:বৰপেটাৰোডৰ মাজমজিয়াত চাঞ্চল্যকৰ ডকাইতি কাণ্ড

Barpeta Road Robbery Incident Update:

ৰোডৰ এখন গহনালয়ৰ পৰা এটা ডকাইতৰ দলে শুকুৰবাৰে দিন দুপৰতে ১৫ কোটিৰো অধিক টকা মূল্যৰ সোণ-হীৰাৰ আ-অলংকাৰ, নগদ এক লাখ ৩৫ হেজাৰৰো অধিক টকা আদি লুটি লৈ নির্বিঘ্নে উধাও হয়। দুপৰীয়া ১২.৪২ বজাৰ পৰা এক বজাৰ ভিতৰত এই লোমহর্ষক ডকাইতি কাণ্ড সংঘটিত হয়।

ADVERTISEMENT

আৰক্ষী থানাৰ পৰা মাত্ৰ ২০০ মিটাৰৰ সমীপত সংঘটিত চাঞ্চল্যকৰ ডকাইতি কাণ্ডই দেশজুৰি চৰ্চিত হৈ পৰিছে ৷ ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীয়ে নিশাই ক্ষিপ্ৰতাৰে বৰপেটাৰ দৌলাশালত অভিযান চলাই ঘটনাৰে জড়িতোথকাৰ সন্দেহত চাৰিজন যুৱকক আটক কৰে।

উল্লেখ্য যে বৰপেটা ৰোডৰ নগৰৰ সদাব্যস্ত দুর্গাবাৰী-কালীবাৰী ৰোডস্থিত ৰমানাথ কমপ্লেক্সত থকা ‘সেন কো’ নামৰ গহনালয়ত সংঘটিত হয় চাঞ্চল্যকৰ ডকাইতি ঘটনা । শুকুৰবাৰে দুপৰীয়া গহনালয়খনত কোনো গ্রাহক নাছিল। তেনে সময়তে ডকাইতৰ দলটোৰ দুজনে প্রথমে গহনালয়ৰ শ্ব’ৰূমৰ তলত থকা কৰ্মচাৰীৰ স’তে ওপৰলৈ উঠি যায়। গহনালয়ৰ কৰ্মচাৰীসকলে লোক দুজনক গ্রাহক বুলি ধাৰণ কৰি তেওঁলোকক কেনে সোণ ক্রয় কৰিব, সেই বিষয়ে জনাবলৈ অনুৰোধ জনায়। তেতিয়াই দলটোৰ আন তিনিজনে বিপণীখনত প্রৱেশ কৰে আৰু এজনে প্রথম মহলাৰ প্ৰৱেশদ্বাৰত থাকি তদাৰক কৰে।

পাঁচজনীয়া এই দলটোৱে গহনালয়ত প্ৰৱেশ কৰিয়ে কৰ্মচাৰীসকলৰ মূৰত পিষ্টল লগাই পুৰুষ-মহিলা সমন্বিতে সকলো কৰ্মচাৰীৰ হাত-মুখ বান্ধি লয় আৰু চিঞৰ-বাখৰ নকৰিবলৈ ভাবুকি দিয়ে। হিন্দী ভাষাত কথা কোৱা ডকাইতৰ দলটোৱে আনকি গহনালয়খনৰ চিচি টিভি কেমেৰা ভাঙি হার্ড ডিস্ক সংগ্ৰহ কৰি লয়। ফলত ভিতৰত তীব্ৰ আতংকৰ সৃষ্টি হয় আৰু প্ৰাণৰ মায়াত কোনেও চিঞৰ-বাখৰ কৰা নাছিল। ইয়াৰ প্ৰাকক্ষণত ডকাইত কেইজনে কৰ্মচাৰীসকলৰ প্ৰত্যেকৰে ম’বাইল ফোন, মানিবেগ পর্যন্ত হস্তগত কৰে। এনেদৰে গহনালয়খনত ডকাইতৰ দলটোৱে লুটপাট চলাই থকাৰ সময়তে ঘটনাস্থলীত গহনালয়ৰ গুদাম প্ৰৱন্ধকে প্ৰৱেশ কৰাত তেওঁক গালি-গালাজ কৰি ডকাইতৰ দলটোৰ এজনে তেওঁৰ বুকুত গোৰ মৰাৰ লগতে মুখত প্ৰহাৰ কৰে।

পাছত তেওঁক দলটোৱে গহনালয়ৰ কৰ্মচাৰীয়ে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰা কক্ষত আবদ্ধ কৰি ৰাখে। তদুপৰি প্ৰৱন্ধকজনৰ জেপত থকা নগদ ১০ হেজাৰ টকাও ডকাইতৰ দলটোৱে কাঢ়ি লয়। ডকাইতৰ দলটোৱে বিপণীখনত বেংকত জমা দিবলৈ ৰখা নগদ এক লাখ ২৫ হেজাৰ টকাও কাঢ়ি নিয়ে বুলি প্ৰৱন্ধকজনে জনায়। তেওঁ লগতে জনোৱা মতে, ডকাইতি কাণ্ড সংঘটিত হোৱাৰ সময়ত বিপণীখনত কমেও ১৫ কোটি টকাৰ সোণ-হীৰাৰ আ-অলংকাৰ জমা আছিল। এই সকলো সোণ-হীৰাৰ অলংকাৰ দলটোৱে লুটি নিয়ে। ডকাইতৰ দলটোৱে দুপৰীয়া ১২.৪২ৰ পৰা এক বজালৈ ১৮ মিনিট সময় ধৰি বিপণীখনত লুটপাট চলাই হিন্দী চিনেমাৰ কায়দাৰে দুখন মটৰ চাইকেলত উঠি সুকীয়া দিশত নির্বিঘ্নে আঁতৰি যায়।

ডকাইতৰ দলটোৱে গহনালয়খনৰ চিচি টিভি কেমেৰা বিকল কৰিলেও কাষৰ আন এখন সোণৰ অলংকাৰৰ বিপণীৰ চিচি টিভি কেমেৰাত দলটোৰ প্ৰৱেশ-প্রস্থানৰ দৃশ্য বন্দী হয়। শিমলাগুৰিৰ ফালৰ পৰা ডকাইতৰ দলটো দুখন মটৰ চাইকেলত উঠি গহনালয়খনলৈ আহে। লুটপাট চলাই পলায়ন কৰাৰ সময়ত এখনত তিনিজনে আৰু আন এখনত দুজন উঠি দুটা ভাগত পলায়ন কৰে। ইয়াৰে এটা দল শিমলাগুৰিৰ ফালে উধাও হয়। এই ডকাইতি কাণ্ডক লৈ গহনালয়খনৰ মহিলা কৰ্মচাৰীসকল আতংকত মূঢ় হৈ পৰে। তেওঁলোকৰ একাংশ কান্দোনত ভাগি পৰে।

আনহাতে, ডকাইতৰ দলটো উধাও হোৱাৰ পাছত ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। তদন্তকাৰী আৰক্ষীয়ে ম’বাইল ফৰেনচিক ভান আনি ঘটনাস্থলীৰ পৰা ফিংগাৰ প্রিন্ট সংগ্ৰহ কৰে বুলি আৰক্ষীয়ে জনায়। পাছত সন্ধিয়া বৰপেটাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পুস্কিন জৈনো ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়। আনহাতে, বৰপেটাৰোডৰ দৰে সদাব্যস্ত বাণিজ্যিক নগৰ এখনত দিন দুপৰতে হিন্দী ছবিৰ কায়দাত কেনেদৰে ডকাইতিৰ ঘটনা সংঘটিত হ’বলৈ পালে, তাক লৈ স্থানীয় ৰাইজৰ মনত অনেক প্রশ্ন উদয় হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 4 Accused ArrestedBarpeta RoadRobbery Incident:
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ
Assam

Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

September 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d