Yaba Tablet Seized in Hailakandi:হাইলাকান্দিত নিষিদ্ধ ড্ৰাগছ সহ দুই বহি:ৰাজ্যৰ সৰবৰাহকাৰীক আটক

WhatsApp Image 2026 02 23 at 11.53.05 AM

Yaba Tablet Seized in Hailakandi:

:ড্ৰাগছৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীয়ে কঠোৰস্থিতি গ্ৰহণ কৰি অহাৰ মাজতে নিশা বোৱাৰঘাট পার্ট-১ এলেকাত জব্দ বৃহৎ পৰিমাণৰ য়াবা টেবলেট। বিশেষ খবৰৰ ভিত্তিত আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই ১,২১,০০০টা নিষিদ্ধ য়াবা টেবলেট জব্দ কৰাৰ লগতে দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ৷ধৃত সৰবৰাহকাৰী দুজন মিজোৰামৰ থংজাগিন হাওকিপ আৰু মিছ মার্চি পিল্লেই ৷ জব্দকৃত য়াবা টেবলেট খিনিৰ মূল্য প্ৰায় ৫ কোটি টকা হ’ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ৷ ইতিমধ্যে আৰক্ষীয়েোঅধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে।

Exit mobile version