APDCL:এপিডিচিএল গ্ৰাহকৰ বাবে বিশেষ খবৰ

৩৬ ঘন্টাৰ বাবে বন্ধ থাকিব এপিডিচিএলৰ পৰ্টেল

WhatsApp Image 2026 02 26 at 12.07.17 PM

APDCL:

ৰাজ্যৰ এপিডিচিএল গ্ৰাহকৰ বাবে বিশেষ খবৰ বিজুলী ভৱনৰ ৷ কাৰিকৰী কাৰণত ৩৬ ঘণ্টাৰ বাবে বন্ধ থাকিব এপিডিচিএলৰ পর্টেল । ২৮ ফেব্ৰুৱাৰীৰ নিশা ৯ বজাৰ পৰা ২ মাৰ্চৰ পুৱা ৯ বজালৈকে বন্ধ থাকিব MyBijulee, Bijulee Bandhu, EasyPay, ARMS পৰ্টেল ৷ সেয়েহে প্রিপেইড বেলেন্স মেইনটেইন কৰি ৰখাৰ আহ্বান জনাইছে এপিডিচিএলৰ ।

Exit mobile version