Notification of Rajya Sabha elections issued:
ৰাজ্যসভা নিৰ্বাচনৰ বাবে আজি নিৰ্বাচনী অধিসূচনা জাৰি কৰা হয় ৷ ৰাজ্যসভা নিৰ্বাচনৰ বাবে ১০ খন দেশৰ ৩৭খন আসনৰ বাবে অনুষ্ঠিত হ’ব নির্বাচন ৷ অসমৰো ৩ খন খন আসনৰ বাবেই হ’ব নিৰ্বাচন। ১৬ মাৰ্চত অনুষ্ঠাত হ’ব লগা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৫ মাৰ্চ হোৱাৰ বিপৰীতে মনোনয়নপত্ৰ পৰীক্ষা হ’ব ৬ মাৰ্চত ৷ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ দিন ৯ মার্চ ৷
ADVERTISEMENT
উল্লেখ্য যে অসমৰ তিনি ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ ,তেলী অজিত কুমাৰ ভূঞা আৰু ভূৱনেশ্বৰ কলিতাৰ কাৰ্যকাল অন্ত পৰিব ৯ এপ্ৰিলত ৷






























