Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Barpeta Satra Doul Mohotsav:বৰপেটা সত্রত শ্রীশ্রী কৃষ্ণৰ দৌলযাত্রা মহোৎসৱৰ আজি তৃতীয় দিন

দৌল মহোৎসৱত মুখ্যমন্ত্ৰীৰ সৈতে ধূতি পিন্ধি প্ৰৱেশ কৰিলে নিৰাপত্তাৰক্ষীয়ে

publisher by publisher
March 4, 2026
in News
Reading Time: 1 min read
0
Barpeta Satra Doul Mohotsav:বৰপেটা সত্রত শ্রীশ্রী কৃষ্ণৰ দৌলযাত্রা মহোৎসৱৰ আজি তৃতীয় দিন
1
SHARES
11
VIEWS
ShareShareShareShare

Barpeta Satra Doul Mohotsav:

মহাপুৰুষ শ্রীশ্রী মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত সোমবাৰৰ পৰা মহা আড়ম্বৰপূৰ্ণভাৱে সত্ৰীয়া পৰা আৰু ৰীতি-নীতিৰে আৰম্ভ হৈছে শ্রীশ্রী কৃষ্ণৰ দৌলযাত্রা মহোৎসব। সত্ৰনগৰী বৰপেটাবাসীয়ে কৃষ্ণ প্রেমত আপ্লুত হৈ পালন কৰা এই দৌলযাত্রা মহোৎসৱ এইবাৰ পাঁচদিনীয়াকৈ পালন কৰা হয় ৷ মঙলবাৰে আছিল বহৃৎসৱ অর্থাৎ গন্ধযাত্রা। নক্ষত্র ফল গণনা মতে ফাগুনৰ পূৰ্ণিমা তিথিত অনুষ্ঠিত দৌলযাত্রা মহোৎসৱৰ গন্ধযাত্ৰাৰ দিনা বিয়লি সত্ৰৰ ভিতৰত থকা মণিকূট গৃহৰ পৰা দৌল গোবিন্দ গোসাঁইক কীৰ্তনঘৰৰ পূৱ দুৱাৰেদি উলিয়াই আনি আইসকলৰ দুৱাৰডলিৰে লৈ গৈ টুপৰ চোতালৰে ঘূৰাই মঠৰ চোতালত ৰখা হয়।

ADVERTISEMENT

আনপিনে কলীয়াঠাকুৰ (শ্রীকৃষ্ণ) গোসাঁই কীর্তনঘৰৰ পশ্চিম ফালে থকা ঘাই দুৱাৰেদি উলিয়াই আনি দুয়ো গেসাইক মঠৰ চোতালত এখন বৰ শৰাইৰ ওপৰত ৰখা হয়। তাতেই গোসাঁইদ্বয়ক অধিবাস সম্পন্ন কৰি সন্ধিয়াৰ আগে আগে ভক্তিপ্রাণ ৰাইজে ঢুলীয়া আৰু গায়ন-বায়ন সমন্বিতে টুপৰ চোতাললৈ মেজি পুওৱাবলৈ আনে। ৰাইজৰ সহযোগত ইকৰা খাগৰিবে টুপৰ চোতালত সাজি উলিওৱা মেজিৰ জুইৰ চাৰিওফালে দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰ গোসাঁইক সাতপাক ঘূৰাই প্ৰথমতে যোগমোহন গৃহত ৰাখে আৰু নির্দিষ্ট ক্ষণ অনুসাৰে নিশা দৌল গৃহৰ সাতটা চিৰিৰে সাত পাক ঘূৰাই দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰৰ গোসাঁইক দৌল গৃহত আৰোহণ কৰায়।

RelatedPosts

FRIENDSHIP AGREEMENT WITH AGP, BPF FINALISED:সংখ্যালঘু সমষ্টিক বাদ দি অগপক ৯ আসন দিবলৈ সাজু বিজেপি !

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

 Nagaon:বেবেজীয়াত একশৰণ ভাগৱতী সমাজৰ কেন্দ্ৰীয় প্ৰশাসনিক ভৱন মুকলি

গোসাঁইক মেজিৰ ওচৰলৈ অনাৰ সময়তে সমান্তৰালভাৱে অনুষ্ঠিত হয় বৰপেটাৰ থলুৱা উদ্যোগসমূহৰ দ্বাৰা নিৰ্মিত ৰং-বিৰঙৰ আতচবাজী প্রদর্শন। কাইলৈ ভৰদৌল। পূর্ব প্রচলিত প্রথা অনুসাৰে ভৰদৌলৰ দিনা পুৱা কীৰ্তনঘৰত নৃত্য প্ৰসংগ সমাপনৰ পাছত যোগমোহন গৃহত ভকত আইসফল আৰু বাপুসকলে নাম-প্ৰসংগ কৰিব আৰু বংশৰাসকলৰ বাৰা গায়ন-বায়ন, কৃষ্ণ নৃত্য, ভোজন ব্যৱহাৰ, ঘোষা কীর্তন আৰু ব্যাস কীর্তন অনুষ্ঠিত হ’ব।

আনহাতে বুধবাৰে দৌল মহোৎসৱৰ তৃতীয় দিনটোত বৰপেটা সত্ৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মা ৷ দৌল মহোৎসৱত মুখ্যমন্ত্ৰীৰ সৈতে ধূতি পিন্ধি প্ৰৱেশ কৰে নিৰাপত্তাৰক্ষীয়ে ৷ কীৰ্তনঘৰত সেৱা জনাই প্ৰদক্ষিণ কৰে সত্ৰৰ চৌদিশ ৷

WhatsApp Image 2026 03 04 at 1.48.48 PMউল্লেখ্য যে মঙলবাৰে পুৱা তাল কোবোৱা প্ৰসংগ আৰু মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্রসংগ আৰু ভকতৰ নাম-প্রসংগ অনুষ্ঠিত হয় ৷ ইয়াৰ মাজতে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় শ্ৰী শ্ৰী বটদ্ৰৱা থানত ৷ চুৰিয়া ধূতি পৰিহিত মুখ্যমন্ত্ৰী গৰাকীয়ে কীৰ্তন ঘৰত প্ৰৱেশ কৰি সিংহাসনৰ ওচৰত সেৱা লয় আৰু থান চৌহদ পৰিভ্ৰমণ কৰাৰ লগতে আৰ্বিভাৱ ক্ষেত্ৰ দৰ্শন কৰিছিল ৷

মনকৰিবলগীয়া যে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানাত সোমবাৰৰ পাঁচদিনীয়াকৈ আয়োজন কৰা দৌলযাত্ৰা মহোৎসৱত মঙলবাৰে পুৱাই উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা। জাতীয় সাজপাৰ পৰিধান কৰি থান চৌহদত প্ৰৱেশ কৰাৰ সময়ত দেহৰক্ষীৰ বিৰুদ্ধে জাঙুৰ খাই উঠে ৷ জাতীয় সাজপাৰৰ পৰিৱৰ্তে পেণ্ট ছাৰ্ট পৰিধান কৰি বটদ্ৰৱা থানত প্ৰৱেশ কৰাৰ লগে লগে মুখ্যমন্ত্ৰী গৰাকীয়ে নিজেই দেহৰক্ষীক হাতত ধৰি বাহিৰত থৈ আহে ৷

WhatsApp Image 2026 03 04 at 1.48.47 PM 1আনহাতে, বৰপেটা সত্ৰৰ দৌলত থকা গোসাঁইক পূজাৰীয়ে নিত্য কর্মাদি সম্পন্ন কৰাৰ পাছত সত্ৰৰ বুঢ়াসত্রীয়াই ফাকুগুড়ি প্রদান কৰি ভক্তপ্ৰাণ ৰাইজৰ বাবেও গোসাঁইক ফাকু দি সেৱা কৰা পৰ্ব আৰম্ভ কৰিব। ভৰদৌল তিনিদিন হোৱা বাবে পঞ্চম দিনা অর্থাৎ ছয় মার্চ শুকুৰবাৰে অনুষ্ঠিত হ’ব ফাকুৱা।

ৰঙৰে ৰাঙলী হৈ আনন্দত আত্মহাৰা হৈ পৰা বৰপেটাৰ বিখ্যাত সুৱেৰী উৎসৱ। ইফালে, তৃতীয় ভৰদৌলৰ নিশাই গোসাঁইক দৌল গৃহৰ পৰা নমাই আনি কিছু সময় যোগমোহন গৃহত ৰাখি পাছত কর্তনঘৰৰ ঘাই দুৱাৰমুখৰ বাৰাণ্ডাত ৰখা হ’ব। ফাকুৱাৰ দিনা বিয়লি গোসাইক পুনৰ মঠৰ চোতাললৈ উলিয়াই আনি বস্ত্র-অলংকাৰ আদি পিন্ধাই দুয়ো গোসাঁইক দুখন চোডালত সুকীয়া সুকীয়াকৈ তুলি লৈ গায়ন-বায়ন সমন্বিতে ঢোল-খোল বজাই হেজাৰ-বিজাৰ ৰাইজে হোলী গীতৰে চৌদিশ মুখৰিত কৰি বৰপেটা সত্ৰৰ দক্ষিণফালে থকা কলবাৰী (গণককুছি) সত্ৰলৈ হেকেটা খুৱাবলৈ নিব। হেকেটা খোৱা পৰ্ব সামৰণিৰ পাছত গোসাইক পুনৰ বৰপেটা সত্ৰ অভিমুখে ওভতাই অনা হ’ব।

গোসাঁই আহি বৰপেটা সত্ৰৰ মুখ্য প্ৰৱেশদ্বাৰ-দালানৰ সন্মুখ পোৱাৰ লগে লগে টুপৰ চোতালত বাঁহ ভঙা কাৰ্য আৰম্ভ হয়। গেসাইক প্রৱেশত বাধা প্ৰদান কৰা এই বাঁহ ভঙা কার্যত বৰপেটা সত্ৰৰ অন্তৰ্গত ২২খন হাটীৰ ভকতসকলে অংশগ্রহণ কৰে। এডাল এডালকৈ চাৰিওডাল বাঁহ ভঙাৰ পাছত হেঙাৰমুক্ত হোৱাত গোসাঁইক মঠৰ চোতাললৈ নি কীৰ্তনঘৰৰ চাৰিওফালে সাত পাক প্রদক্ষিণ কৰোৱা হয় ৷ গোসাঁইক ঘৰৰ চাৰিওফালে সাতপাক ঘূৰাই থকাৰ সময়ত মঠৰ চোতালত লক্ষ্মী আৰু কৃষ্ণৰ বাদানুবাদ অর্ধনাটকীয় অনুষ্ঠান বোলবোলনি অনুষ্ঠিত হয়।

তাৰ পাছত গোসাঁইক পুনৰ মণিকূট গৃহত প্ৰৱেশ কৰাব। ইয়াৰ লগে লগে সামৰণি পৰিব বৰপেটা সত্ৰৰ পাঁচদিনীয়া শ্রীশ্রী কৃষ্ণৰ দৌলযাত্রা মহোৎসৱৰ। দৌল মহোৎসৱ উপলক্ষে সোমবাৰে সত্ৰৰ স্থায়ী ৰংগ মঞ্চত অনুষ্ঠিত হয় সত্রীয়া সাংস্কৃতিক অনুষ্ঠান। সত্রীয়া সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্রীয়া ড:বাবুল চন্দ্র দাসে। দৌল মহোৎসৱ উপভোগ কৰাৰ লগতে কৃষ্ণক দৰ্শন কৰিবলৈ দূৰ-দূৰণিৰ বহু তীর্থযাত্রী আহি বৰপেটা সত্ৰত সমৱেত হৈছে। সত্ৰৰ তৰফৰ পৰা তীর্থযাত্রীসকলক সিধা প্ৰদান কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Barpeta Satra Doul MohotsavCm Himanta Biswa Sarma
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d