Rajyasabha Election :ৰাজ্যসভাৰ মনোনয়ন দাখিল ২বিজেপি প্ৰাৰ্থী যোগেন মহন, তেৰছ গোৱালা আৰু ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োৰ

WhatsApp Image 2026 03 05 at 12.57.43 PM

Rajyasabha Election:

ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে ১০ ৰাজ্যৰ ৩৭ খন আসনৰ বাবে আজি অসম বিধানসভাত মনোনয়নপত্ৰ দাখিল কৰিলে বিজেপিৰ দুই প্ৰাৰ্থী যোগেন মহন তেৰছ গোৱালা আৰু ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োৱে ৷ বিধানসভাৰ ৰিটাৰ্ণিং বিষয়াৰ সন্মুখত দুয়োজন নেতাই মনোনয়নপত্ৰ দাখিল কৰাৰ সময়ত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰীদ্বয় সৰ্বা সোনোৱাল,পবিত্ৰ মাৰ্ঘেৰিটা ,মন্ত্ৰী ৰনজিৎ কুমাৰ দাস সহ কে’বাজনো মন্ত্ৰী- সাংসদ আৰু বিধায়ক ৷

 

Exit mobile version