Heroin Seized in Meghalaya:চুবুৰীয়া মেঘালয়ৰ পূব জয়ন্তীয়া হিলছত আৰক্ষীৰ অভিযানত প্ৰায় ৫১ কোটি টকাৰ ড্রাগছ জব্দ ৷ মেঘালয়ৰ পৰা অসমলৈ বুজন পৰিমাণৰ নিষিদ্ধ হেৰ’ইন সৰবৰাহৰ চেষ্টা চলাইছিল এগৰাকী মহিলাই৷
ADVERTISEMENT
কিন্ত পূব জয়ন্তীয়া হিলছ আৰক্ষীয়ে এই তথ্য লাভ কৰি অৰ্তকিতে অভিযান চলাই ২০৩ গ্রাম হেৰ ‘ইনসহ ১০ কেজি নিচাজাতীয় দ্রব্য সহ সৰবৰাহকাৰী মহিলা গৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
ইতিমধ্যে অধিক তথ্যৰ বাবে আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে আটকাধীন মহিলা গৰাকীক ৷






























