Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

publisher by publisher
March 7, 2026
in Assam, News
Reading Time: 1 min read
0
ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি
1
SHARES
12
VIEWS
ShareShareShareShare

দেশৰ অগণন মেধাৱী ছাত্র-ছাত্রীৰ সপোনৰ কেৰিয়াৰ গঢ়াৰ পথ মুকলি কৰা কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ২০২৫ৰ অসামৰিক সেৱা পৰীক্ষাৰ ফলাফল ঘোষিত হ’ল।কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ সন্মানজনক পদৰ বাবে প্রার্থী বাছনি কৰা এই পৰীক্ষাত এইবাৰ সমগ্র দেশৰ ৯৫৮ গৰাকী সফল হয়।

ADVERTISEMENT

অৱশ্যে তিনি কোটিৰো অধিক জনতাৰ ৰাজ্য অসমৰ পৰা এইবাৰ কমেও তিনিজনে চূড়ান্ত সফলতা অর্জন কৰে। ঘোষিত ফলাফল অনুসৰি, এইবাৰ দেশৰ ভিতৰত সর্বোচ্চ স্থান অধিকাৰ কৰে এইমছ যোধপুৰৰ ছাত্ৰ অংশু অগ্নিহোত্রীয়ে। অসমৰ পৰা বাছনি লাভ কৰা তিনিজন হ’ল গুৱাহাটীৰ অভিজ্ঞান খাউণ্ড, যোৰহাটৰ ডাঃ অভিজ্ঞান বৰা আৰু নগাঁৱৰ ভাস্বত শইকীয়া।

RelatedPosts

Nagaon:নগাঁও শাখা লেখিকা সংস্থাৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

অৱশ্যে ভাস্বতৰ স্থান এইবাৰ অৱনমিতহে হয়। ঘোষিত ফলাফল অনুসৰি, অভিজ্ঞান খাউণ্ডে সৰ্বভাৰতীয় পৰ্যায়ত ১৮৭ সংখ্যক স্থান, ডাঃ বৰাই ৫৭০ আৰু ভাস্বত শইকীয়াই ৭৭৭ সংখ্যক স্থান লাভ কৰে। সফল প্রার্থীকেইজনলৈ বিভিন্নজনে শুভেচ্ছা জনাইছে।

লিখাৰ অনুশীলন অত্যন্ত প্রয়োজন: অভিজ্ঞান খাউণ্ড কেন্দ্রীয় লোকসেৱা আয়োগৰ এই পৰীক্ষাত সফল হ’বলৈ হ’লে লিখাৰ অনুশীলন অত্যন্ত প্রয়োজন বুলি মত পোষণ কৰিছে অভিজ্ঞান খাউণ্ডে। মহর্ষি বিদ্যা মন্দিৰ শিলপুখুৰীত স্কুলীয়া শিক্ষা গ্রহণ কৰি পৰৱৰ্তী সময়ত আইআইটি গুৱাহাটীৰ পৰা জৈৱ প্রযুক্তিবিদ্যাত বি টেক ডিগ্রী গ্ৰহণ কৰা অভিজ্ঞানে ২০২২ৰ অসম লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত দশম স্থান লাভ কৰিছিল বুলি জনায়। সেই সূত্রে তেওঁ বৰপেটাত কিছুদিন সহকাৰী আযুক্তৰূপে কার্যনির্বাহ কৰে। পাছত তেওঁ ৰাজভৱনলৈ বদলি হয়। ইউপিএছচিৰ এই পৰীক্ষাত অবতীর্ণ হ’বলৈ স্বয়ং ৰাজ্যপাল, আইএএছ বিষয়া আৰণ্যক শইকীয়া আদিৰ পৰা অনুপ্ৰেৰণা লাভ কৰা বুলিও অভিজ্ঞানে জনায়। ইউপিএছচিৰ অসামৰিক সেৱাৰ পৰীক্ষাত ৰসায়ন বিজ্ঞানক ঐচ্ছিক বিষয়ৰূপে লৈছিল বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘মই কিছুদিন কর্প’ৰেট জগততো কাম কৰিছিলো। সমাজলৈ সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে অসামৰিক সেৱালৈ অহাৰ মন আছিল। তদুপৰি সৰুৰে পৰা অসামৰিক সেৱাৰ প্ৰতি আগ্ৰহ আছিল। ইউপিএছচিৰ এই পৰীক্ষাৰ চিলেবাছ বহু ডাঙৰ। তিনি তৰপীয়া এই পৰীক্ষাৰ প্ৰতিটো স্তৰৰ বাবে প্রস্তুতি সুকীয়া হয়। মূল পৰীক্ষাত বহুত লিখিব লাগে। গতিকে লিখাৰ অনুশীলন থকা উচিত। পৰীক্ষা গৃহত সময়ৰ নাটনিয়েও দেখা দিয়ে।’

ইয়াৰ পূৰ্বে তেওঁ ভাৰতীয় বন সেৱাত উত্তীর্ণ হৈ সম্প্রতি ডেৰাডুনস্থিত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বন একাডেমীত প্রশিক্ষণ গ্রহণ কৰি থকা বুলিও জানিবলৈ দিয়ে। ইউপিএছচিৰ এই পৰীক্ষাৰ প্ৰস্তুতি সম্পর্কত তেওঁ আৰু কয়, ‘ৰসায়ন বিজ্ঞানত মোৰ আধিপত্য শক্তিশালী বুলি উচ্চতৰ মাধ্যমিক স্তৰত উপলব্ধি কৰিছিলো। গতিকে এই বিষয়ক ঐচ্ছিক বিষয়ৰূপে লওঁ।’ এই কঠিন পৰীক্ষাত অবতীর্ণ হ’বলৈ অনুপ্ৰেৰণা যোগোৱা সকলোলৈ তেওঁ কৃতজ্ঞতা প্রকাশ কৰে। এই পৰীক্ষাৰ প্ৰস্তুতি সম্পৰ্কত তেওঁ পুনৰ কয়, ‘প্রস্তুতি চলাওতে সময় তালিকা প্রস্তুত কৰি লোৱা উচিত। একোটা বিষয়বস্তু অধ্যয়নৰ পাছত মনলৈ পুনৰ সজীবতা আনিব লাগে। মোৰ ক্ষেত্ৰত মই একোটা বিষয়বস্তু পঢ়াৰ পাছত নেটফ্লিক্সত কিবা এটা চাইছিলো।’

কম বয়সৰ পৰা প্ৰস্তুতি চলালে সোনকালে সফল হ’ব পাৰিঃ ডাঃ বৰা

ইউপিএছচিৰ এই তীব্র প্রতিযোগিতামূলক পৰীক্ষাত চূড়ান্ত সফলতা অর্জন কৰা ডাঃ অভিজ্ঞান বৰা হৈছে যোৰহাট নগৰৰ কটকী পুখুৰীৰ কাণ শইকীয়া পথৰ নিবাসী। প্রয়াত গোলাপ চন্দ্ৰ বৰা আৰু কবী বৰাৰ কনিষ্ঠ পুত্ৰ অভিজ্ঞানে ২০২৩ত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা এমবিবিএছ ডিগ্রী গ্ৰহণ কৰে। পাছত তেওঁ যোৰহাটৰে দহোটীয়া প্রাথমিক স্বাস্থ্য কেন্দ্রত গ্রামীণ চিকিৎসকৰূপে নিযুক্ত হয়। এবছৰীয়া গ্রামীণ চিকিৎসা সেৱাৰ ম্যাদ অন্ত পৰাৰ পাছত তেওঁ বিগত এবছৰ ধৰি কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰস্তুতি চলায় বুলি জানিবলৈ দিছে। সফলতা প্রাপ্তিৰ অনুভৱ ব্যক্ত কৰি আজি তেওঁ ‘দৈনিক অগ্রদূত’ৰ আগত কয়, ‘সমাজ বিজ্ঞানক ঐচ্ছিক বিষয়ৰূপে লৈ এই পৰীক্ষাত অবতীর্ণ হওঁ। নিতৌ ১০-১২ ঘণ্টা প্রস্তুতি চলাওঁ। মা-বাইদেউ আৰু দাদাই মোক অহর্নিশে উৎসাহ যোগালে। তেওঁলোকৰ প্রতি কৃতজ্ঞ।’ মাতৃ, জ্যেষ্ঠ ভ্রাতৃ আৰু জ্যেষ্ঠ ভগ্নীৰ স’তে এটা সাধাৰণ ঘৰত বাস কৰা অভিজ্ঞানে লগতে কয়, ‘মই ইয়াৰ পূর্বেও এই পৰীক্ষাত অবতীর্ণ হৈছিলো; কিন্তু প্রস্তুতি নথকাৰ বাবে সফল হ’ব পৰা নাছিলো। মা-বাইদেউ আৰু দাদাই পুনৰ অৱতীৰ্ণ হ’বলৈ মোক সাহস দিলে। তেওঁলোকৰ উৎসাহ অবিহনে এই সফলতা সম্ভৱ নহ’লহেঁতেন।’ কম বয়সৰ পৰা প্রস্তুতি চলালে এই পৰীক্ষাত সোনকালে সফলতা লাভ কৰিব পাৰি বুলিও তেওঁ মতপোষণ কৰে।

অভিজ্ঞানে আৰু কয়, ‘মই বিশ্বাস কৰো, অসম্ভব বুলি একো নাই। পূৰ্বৰ বাৰ মই মাথোঁ এক নম্বৰৰ বাবে বাছনি নাপালো। মই যেতিয়া এই স্থানত পদার্পণ কৰিব পাৰিছো, মোৰ দৰে আন সকলোৱে পাৰিব। মই ভাবো মোৰ এই প্ৰদৰ্শনে আন বহুতকে উৎসাহ যোগাৰ।’ অভিজ্ঞানে তেওঁৰ শিক্ষক-শিক্ষয়িত্রীসকলৰ প্ৰতিও কৃতজ্ঞতা জনায়। ঘৰত থাকিয়ে অনলাইনত কোচিং লৈ এই পৰীক্ষাত অবতীর্ণ হোৱা বুলি উল্লেখ কৰি তেওঁ পুনৰ কয়, ‘মই লাভ কৰা ৫৭০ সংখ্যক স্থানক লৈ সন্তুষ্ট যদিও আৰু অধিক উন্নত ফলাফল প্ৰদৰ্শনৰ ইচ্ছা আছে। আৰু এবাৰ এই পৰীক্ষাত অবতীর্ণ হোৱাৰ হেঁপাহ আছে। মই সম্পূর্ণকৈ এবছৰো প্রস্তুতি চলাবলৈ নাপালো। কিছুদিন অনলাইন কোচিং লৈছিলো মাত্র। বাকী প্রস্তুতি নিজাববীয়াকৈ চলাও। অৱশ্যে মৌখিক সাক্ষাৎকাৰৰ বাবে দিল্লীত কিছুদিনৰ বাবে এটা পাঠ্যক্রম লৈছিলো। মই ভাবো আৰু অলপ ভালকৈ অধ্যয়ন কৰিলে ইয়াতকৈ উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম হ’ম।’

অভিজ্ঞানে লগতে কয়, ‘গ্রামাঞ্চলত চিকিৎসকৰূপে নিয়োজিত হৈ থকাৰ সময়ত এনে কিছুমান সমস্যা দেখা পালো, যিবোৰ এজন চিকিৎসক হৈ সমাধা কৰা সম্ভৱ নহয়। সেয়েহে মই কেন্দ্রীয় লোকসেৱা আয়োগৰ চাকৰিৰ প্ৰতি আগ্ৰহী হৈছিলো। তেনে এজন বিষয়া হ’লেহে এনে সমস্যা সমাধান কৰাটো সম্ভৱ হ’ব বুলি মোৰ মনত বিশ্বাস জন্মিছিল।’

উল্লেখ্য যে অভিজ্ঞানৰ পিতৃ অভিযন্তা আছিল। তেওঁৰ জ্যেষ্ঠ ভ্রাতৃ অভিযন্তা আৰু ভগ্নী চিকিৎসক। তেওঁৰ ভগ্নী যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰ্মৰত হৈ আছে। অভিজ্ঞানে ২০১৫ত ৯৩.৫ শতাংশ নম্বৰ লৈ যোৰহাট কাৰ্মেল স্কুলৰ পৰা দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীর্ণ হয় আৰু পাছত তেওঁ আঞ্চলিক গবেষণাগাৰ কেন্দ্রীয় স্কুলৰ পৰা ৯০.৮ শতাংশ নম্বৰ লৈ দ্বাদশ শ্রেণীৰ বিজ্ঞান শাখাত উত্তীর্ণ হয়।

স্থান অৱনমিত হ’ল ভাস্বত শইকীয়াৰ

এইবাৰ ইউপিএছচিৰ পৰীক্ষাত স্থান অৱনমিত হ’ল নগাঁৱৰ ভাস্বত শইকীয়াৰ। ২০২৪ত এই পৰীক্ষাত ৪৭৪ সংখ্যক স্থান লাভ কৰি ভাৰতীয় আৰক্ষী সেৱাৰ বাবে বাছনি লাভ কৰা শইকীয়াই এইবাৰ ৭৭৭ সংখ্যক স্থান দখল কৰে। ২০২৩তো তেওঁ ইউপিএছচিৰ এই পৰীক্ষাত ৫৫২ সংখ্যক স্থান লাভ কৰিছিল। তদুপৰি তেওঁ একেটা বছৰতে ভাৰতীয় বন সেৱাৰ পৰীক্ষাত দেশৰ ভিতৰত ৬৮ সংখ্যক স্থান দখল কৰিছিল। সৰুৰে পৰা মেধাৱী ভাস্বতে নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৰাজ্যৰ ভিতৰত দশম স্থানসহ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হৈছিল। পাছত তেওঁ নাৰেংগীৰ সেনা স্কুলৰ পৰা উচ্চতৰ মাধ্যমিকত উত্তীর্ণ হৈ আইআইটি গুৱাহাটীত প্রযুক্তি শিক্ষা গ্রহণ কৰে। কালি তেওঁলৈ পুনৰ নগাঁৱৰ ৰাইজে শুভেচ্ছা জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamNagaonUpps
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d