Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

মুখ্যমন্ত্ৰীয়ে মুকলি কৰে বিজ্ঞান নগৰী

WhatsApp Image 2026 03 10 at 4.22.58 PM

Sonapur Science City :

গুৱাহাটী মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মঙলবাৰে মুকলি কৰা হয় বিজ্ঞান নগৰী। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শর্মাই মুকলি কৰে বিজ্ঞান নগৰী ৷ মুখ্যমন্ত্ৰীয়ে বিজ্ঞান নগৰী উদ্বোধন কৰাৰ সমান্তৰালভাৱে ভার্চুৱেলী মুকলি কৰে ৰাজ্যৰ পাঁচ জিলাত স্থাপন কৰা বিজ্ঞান কেন্দ্র। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিছপুৰৰ বিধায়ক অতুল বৰা,সাংসদ বিজুলী কলিতা মেধি আৰু বিজ্ঞান নগৰীৰ মুখ্য কাৰ্য্যবাহী বিষয়া ড: জয়দ্বীপ বৰুৱা উপস্থিত থাকে ৷

Exit mobile version