Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকস্মিক জটিল সংকট!

    ঘৰুৱা ৰন্ধন গেছৰ নাটনি চৰকাৰে নাকচ কৰিলেও বজাৰত গ্ৰাহকৰ হাহাকাৰ

    ইৰানৰ বিদ্যালয়ত মাৰাত্মক ক্ষেপণাস্ত্ৰ আক্ৰমণ

    Moral Policing incident in Jakhalabondha:কলিয়াবৰৰ জখলাবন্ধাত মৰেল পুলিচিঙৰ বলি এজন লোক

    বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

    Meghalaya police attacked in Haryana:হাৰিয়ানাৰ নুহত মেঘালয় আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্রমণ

    যুদ্ধ শান্ত হোৱাৰ কোনো ইংগিত নাই

    যুদ্ধ শান্ত হোৱাৰ কোনো ইংগিত নাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

যুদ্ধ শান্ত হোৱাৰ কোনো ইংগিত নাই

publisher by publisher
March 12, 2026
in News, International
Reading Time: 1 min read
0
যুদ্ধ শান্ত হোৱাৰ কোনো ইংগিত নাই
2
SHARES
18
VIEWS
ShareShareShareShare

Iran Israel Conflict:✒️ইৰান আৰু মার্কিন-ইজৰাইলৰ যুদ্ধৰ কালি দ্বাদশ দিনতো পৰিস্থিতি ভয়াৱহ হৈয়ে আছে। তেহবানৰ কর্তৃপক্ষই প্রকাশ কৰা মতে, আক্ৰমণৰ ফলত ভয়াৱহ বিস্ফোৰণৰ সৃষ্টি হৈছে ঠায়ে ঠায়ে।

ADVERTISEMENT

ৰাষ্ট্ৰখনৰ প্রায় ১০ হেজাৰ বাসিন্দা থকা অঞ্চলত মার্কিন-ইজৰাইলী বাহিনীয়ে বোমাবর্ষণ কৰা বুলি কয় ইৰানে। একে সময়তে ইজৰাইলে লেবাননত ধাৰাবাহিক বোমা আক্রমণ অব্যাহত ৰাখিছে।

RelatedPosts

বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

ইৰান যুদ্ধৰ প্ৰভাৱত কঁপিল শ্বেয়াৰ বজাৰ

লেবাননৰ ৰাজধানী বেইকট আৰু অন্যান্য আবাসিক অঞ্চলত ইজৰাইলে বোমা আক্রমণ অব্যাহত ৰাখিছে। ইপিনে, ইৰানে মধ্যপ্রাচ্যৰ উপ-সাগৰীয় দেশসমূহ কুৱেইট, কাটাৰ, ছৌদি আৰব, সংযুক্ত আৰব আমিৰশ্বাহীত ক্ষেপণাস্ত্র-ড্রোণেৰে আক্ৰমণ কৰি আছে।

লেবাননৰ সন্ত্রাসবাদী সংগঠন হিজবুল্লাই দাবী কৰে যে ইজৰাইললৈ কে’বাটাও ৰকেট নিক্ষেপ কৰা হৈছে। ইজৰাইলৰ সংবাদ মাধ্যমে এই সন্দর্ভত কয় যে কমেও এশটা ৰকেট আক্ৰমণৰ সন্মুখীন হৈছে তথা ইজৰাইলী সেনাই নাগৰিকক নিৰাপদ আশ্রয় গ্রহণ কৰিবলৈ সতর্কবাণী প্ৰেৰণ কৰিছে।

ইপিনে, উপ-সাগৰীয় সমন্বয় পৰিষদ (জিচিচি)-এ ইৰানক আক্রমণ বন্ধ কৰিবৰ বাবে ৰাষ্ট্ৰসংঘত দাখিল কৰিবলৈ এক খচৰা প্ৰস্তাৱ দাখিল কৰিছে। এই প্ৰস্তাৱত উপ-সাগৰীয় দেশত আক্ৰমণৰ বাবে ইৰানক গৰিহণা দিয়া হৈছে আৰু আক্ৰমণ বন্ধ কৰিবলৈ কোৱা হৈছে।

উপ-সাগৰীয় দেশৰ আৱাসিক অঞ্চলসমূহত ইৰানৰ আক্ৰমণক গৰিহণাও দিয়া হৈছে প্ৰস্তাৱত। কমেও ১০৫ খন সদস্য ৰাষ্ট্ৰই এই প্রস্তাৱত সমর্থন জনোৱা বুলি তথ্য প্রকাশিত হৈছে।

ইপিনে, ৰাছিয়াই ইজৰাইল আৰু আমেৰিকাৰ ইৰানৰ ওপৰত আক্ৰমণৰ ক্ষেত্ৰত এক খচৰা প্ৰস্তাৱ প্ৰস্তুত কৰিছে বুলি বাতৰি প্ৰকাশ হৈছে।

ৰাষ্ট্ৰসংঘৰ কাটাৰৰ ৰাষ্ট্ৰদূত শ্বেইখা আলিয়া আহমেদ বিন ছাঈফ অল খানীয়ে কয় যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে আক্রমণ বন্ধ কৰিব নোৱাৰাটোৱে ভয়াৱহ ইংগিত দিছে। মধ্যপ্রাচ্য যুদ্ধত জৰ্জৰিত ঘটনা বন্ধ কৰিবলৈ তেওঁ আহ্বান জনায়।

তেওঁ কয়, ‘ইৰানে আমাৰ ভূমি বাৰম্বাৰ আক্ৰমণ কৰি দুই দেশৰ মাজত থকা দ্বিপাক্ষিক বুজাবুজিত গভীৰ আঘাত হানিছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ব্যৱস্থা গ্রহণ কৰি দায়িত্ব পালন কৰিব লাগে। এই ক্ষেত্রত ব্যর্থতাই ভয়াৱহ ইংগিত প্ৰেৰণ কৰিব যে যুদ্ধত জড়িত নোহোৱা চুবুৰীয়া ৰাষ্ট্ৰসমূহত আক্ৰমণৰ ফলতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Iran Israel Conflict
publisher

publisher

Related Posts

আকস্মিক জটিল সংকট!
News

ঘৰুৱা ৰন্ধন গেছৰ নাটনি চৰকাৰে নাকচ কৰিলেও বজাৰত গ্ৰাহকৰ হাহাকাৰ

March 12, 2026
ইৰানৰ বিদ্যালয়ত মাৰাত্মক ক্ষেপণাস্ত্ৰ আক্ৰমণ
News

ইৰানৰ বিদ্যালয়ত মাৰাত্মক ক্ষেপণাস্ত্ৰ আক্ৰমণ

March 12, 2026
Moral Policing incident in Jakhalabondha:কলিয়াবৰৰ জখলাবন্ধাত মৰেল পুলিচিঙৰ বলি এজন লোক
Crime

Moral Policing incident in Jakhalabondha:কলিয়াবৰৰ জখলাবন্ধাত মৰেল পুলিচিঙৰ বলি এজন লোক

March 12, 2026
বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 
Entertainment

বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

March 12, 2026
Meghalaya police attacked in Haryana:হাৰিয়ানাৰ নুহত মেঘালয় আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্রমণ
National

আমেৰিকাৰ ৰেহাই, ৰাছিয়াৰ তেললৈ ভাৰতৰ ডাঙৰ পদক্ষেপ—৩০ মিলিয়ন ব্যাৰেল ক্ৰুড ক্ৰয়

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d