Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশৰ পৰা নামিল ক’লা বৰষুণ!

    আকাশৰ পৰা নামিল ক’লা বৰষুণ!

    অসমত ঘোষণা বিধানসভা নিৰ্বাচনৰ দিন: ৯ এপ্ৰিলত ভোটগ্ৰহণ, চাৰি মে’ত ফলাফল

    পহিলা এপ্ৰিলৰ পৰা ৰাজ্যৰ জনতাক মাধমাৰ দিবলৈ সাজু সাত টোলগেট

    আফগানিস্তানত পাকিস্তানৰ বিমান আক্ৰমণ: “আগ্ৰাসনৰ নতুন উদাহৰণ” বুলি তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

    নেপালত শোকাৱহ দুৰ্ঘটনা!

    নেপালত শোকাৱহ দুৰ্ঘটনা!

    নদীৰ পাৰত ১০০টা কুকুৰৰ মৃতদেহ উদ্ধাৰ: তেলেঙ্গানাত নৃশংস হত্যাকাণ্ড

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    তিক্ততা পাহৰি ‘ৰাজনীতি ২’ত অভিনয় কৰিব ৰণবীৰ-কেটৰিণাই!

    বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

পহিলা এপ্ৰিলৰ পৰা ৰাজ্যৰ জনতাক মাধমাৰ দিবলৈ সাজু সাত টোলগেট

publisher by publisher
March 15, 2026
in News, Assam
Reading Time: 1 min read
0
পহিলা এপ্ৰিলৰ পৰা ৰাজ্যৰ জনতাক মাধমাৰ দিবলৈ সাজু সাত টোলগেট
0
SHARES
3
VIEWS
ShareShareShareShare

সাধাৰণ জনতাৰ মূৰত মাধমাৰ শোধাই অহা পহিলা এপ্ৰিলৰ পৰা ৰাজ্যৰ সাতখন টোলগেটত বৃদ্ধি হ’ব কৰৰ পৰিমাণ। নীতি-নিয়ম ভৰিৰে মোহাৰি অসমত স্থাপন কৰা টোলগেটসমূহ দিন ডকাইত সদৃশ হৈ আহিছে। তাৰ মাজতে আকৌ টোলকৰ বৃদ্ধিৰ সিদ্ধান্তই সাধাৰণ ৰাইজৰ মাজত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ADVERTISEMENT

অৱশ্যে সাধাৰণ জনতাৰ প্রতিক্রিয়ালৈ গুৰুত্ব দিয়াৰ প্ৰয়োজনবোধ চৰকাৰ বাহাদুৰে কেতিয়াও কৰা নাই। শেহতীয়াকৈ ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাৰি কৰা জাননী অনুসৰি পহিলা এপ্রিলৰ পৰা অসমৰ সাতখন টোলগেটত টোলকৰৰ পৰিমাণ ন্যূনতম পাঁচ টকাৰ পৰা সৰ্বাধিক ৫০ টকালৈ বৃদ্ধি হ’ব।

RelatedPosts

অত্যধিক মূল্যবৃদ্ধি, টোলগেট কৰত জলা-কলা ভ্রাম্যমাণ থিয়েটাৰ

Toll Gates Will be Closed Soon in India:দেশত শীঘ্ৰে বন্ধ হ’ব টোলগেট !

Toll Gate : আজিও অসম্পূৰ্ণ শিলচৰ-গুৱাহাটী আৰু নগাঁও-ডিব্ৰুগড় চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথ

টোলকৰ বৃদ্ধি হ’বলগীয়া গেটকেইখন হ’ল- কামৰূপৰ মদনপুৰ, কামৰূপ মহানগৰৰ নাজিৰাখাত, নগাঁৱৰ বহা, নগাঁৱৰে চুলুং, গোলাঘাটৰ ৰঙামাটি, হোজাইৰ ডবকা আৰু বিশ্বনাথৰ ৰটোৱা। কৰৰ পৰিমাণ বৃদ্ধি সন্দৰ্ভত যি জাননী জাৰি কৰা হৈছে, সেই অনুসৰি চুলুং টোলগেটত লঘু বাণিজ্যিক বাহনৰ কৰৰ পৰিমাণ বর্তমান হ’ল দুশ টকা।

পহিলা এপ্ৰিলৰ পৰা এই পৰিমাণ বৃদ্ধি হ’ব ২০৫ টকালৈ। ইপিনে মদনপুৰত ডাবল এক্সেল বাছ ট্রাকৰ বৰ্তমান কৰৰ পৰিমাণ হ’ল ৪৪০ টকা। নতুন নিৰিখত সেই পৰিমাণ হ’ব ৪৭৫ টকা। ইয়াৰ উপৰি যান-বাহনৰ প্ৰকাৰ ভেদে নিৰিখৰ পৰিমাণ ১০ ৰ পৰা ত্রিশ টকা পর্যন্ত বৃদ্ধি হ’ব নতুন বিত্তীয় বৰ্ষৰ প্ৰথম দিনটোৰ পৰা।

অত্যাৱশ্যকীয় সামগ্রী, চিকিৎসা আদিৰ মূল্যবৃদ্ধিত দিশহাৰা জনতাক এনেদৰে টোলকৰ বৃদ্ধিৰে অধিক বোজা জাপি দিবলৈ লোৱা চৰকাৰী সিদ্ধান্তক বহুতে গৰিহণা দিছে। এই চৰকাৰী চানকঢ়া নীতিক লৈ অতিষ্ঠ আজি এজন ট্রাকচালকে ‘দৈনিক অগ্রদূত’ৰ আগত ক্ষোভবে কয়, ‘অসমৰ সমান টোল কৰ আমি ক’তো (আন ৰাজ্য) পোৱা নাই। এতিয়া টোল কৰ বাঢ়িব। ইয়াৰ লগে লগে আমাৰ ভাড়া বাঢ়িব। সমান্তৰালভাৱে বৃদ্ধি পাব বয়-বস্তুৰ দাম। এয়া সাধাৰণ জনতাৰ ওপৰত মাধমাৰ।’

উল্লেখ্য যে অহা পহিলা এপ্ৰিলৰ পৰা চৰকাৰে টোল কৰ পাঁচ শতাংশ বৃদ্ধিৰ সিদ্ধান্ত লৈ জাননী জাৰি কৰিছে। এই জাননীক লৈ প্রতিক্রিয়া প্রকাশ কৰি গুৰবিন্দৰ সিং নামৰ এই ট্রাক চালকজনে প্রচণ্ড ক্ষোভ প্রকাশ কৰে। ট্রাক চালকজনে এনেদৰে মনৰ ভাব প্রকাশ কৰে কলিয়াবৰৰ চুলুং দলাপানী টোলগেটত।

উল্লেখ্য যে দুমাহ পূর্বে মুকলি হোৱা এই টোলগেটতো আন বাজ্যৰ আন টোলগেটসমূহৰ লেখীয়াকৈ কৰ বৃদ্ধিৰ প্ৰস্তাৱ লোৱাক লৈ স্থানীয় ৰাইজে প্রচণ্ড ক্ষোভ প্রকাশ কৰিছে। কাৰণ এই কৰ জনতাই কষ্টোপার্জিত ধনৰ পৰাই দিব লাগিব।

উল্লেখ্য যে মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত কলিয়াবৰ আৰু শোণিতপুৰ সংযোগী কলিয়াভোমোৰা সেতুৰ সমান্তৰালকৈ দ্বিতীয়খন দলঙৰ নিৰ্মাণৰ কাম ইতিমধ্যে সম্পূর্ণ হৈছে। গেমন ইণ্ডিয়া লিমিটেড আৰু এছ পি সিংলা কনস্ট্রাকচন প্রাইভেট লিমিটেডে এই দলং নিৰ্মাণৰ কাম এবছৰ পূৰ্বে সম্পূৰ্ণ কৰে।

দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হয় ২০২৪ৰ ২৯ নৱেম্বৰত। প্রায় তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলং নিৰ্মাণৰ বাবদ ছশ কোটি টকা ব্যয় হয়। এই দলং নিৰ্মাণৰ ব্যয় সংগ্ৰহৰ উদ্দেশ্যে চৰকাৰে টোল কৰ বৃদ্ধিৰ সিদ্ধান্ত লৈছে। এই চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বিভিন্ন দল-সংগঠনো।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: toll gate
publisher

publisher

Related Posts

আকাশৰ পৰা নামিল ক’লা বৰষুণ!
News

আকাশৰ পৰা নামিল ক’লা বৰষুণ!

March 15, 2026
অসমত ঘোষণা বিধানসভা নিৰ্বাচনৰ দিন: ৯ এপ্ৰিলত ভোটগ্ৰহণ, চাৰি মে’ত ফলাফল
News

অসমত ঘোষণা বিধানসভা নিৰ্বাচনৰ দিন: ৯ এপ্ৰিলত ভোটগ্ৰহণ, চাৰি মে’ত ফলাফল

March 15, 2026
আফগানিস্তানত পাকিস্তানৰ বিমান আক্ৰমণ: “আগ্ৰাসনৰ নতুন উদাহৰণ” বুলি তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ
News

আফগানিস্তানত পাকিস্তানৰ বিমান আক্ৰমণ: “আগ্ৰাসনৰ নতুন উদাহৰণ” বুলি তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

March 15, 2026
নেপালত শোকাৱহ দুৰ্ঘটনা!
News

নেপালত শোকাৱহ দুৰ্ঘটনা!

March 15, 2026
নদীৰ পাৰত ১০০টা কুকুৰৰ মৃতদেহ উদ্ধাৰ: তেলেঙ্গানাত নৃশংস হত্যাকাণ্ড
India

উৰি সীমান্তত অনুপ্ৰৱেশৰ চেষ্টা বিফল, নিহত এজন সন্ত্ৰাসবাদী

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d