Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    SLC Scheme:কৰ্মচাৰীসকলৰ বাবে আৰম্ভ Employee Salary-Linked Credit Scheme

    Bjp Joining:গেৰুৱা বসন পিন্ধিলে অগপৰ চাৰিবাৰৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায়ে

    জুবিন গাৰ্গৰ ছমহীয়া তিথিত ৰাজ্যজুৰি স্মৃতি ৰোমন্থন

    ১১ দিনত ১৩,৫৬০ কিলোমিটাৰ উৰণত এক ছেকেণ্ডৰো বিশ্রাম নাই

    Formation of Election Management Committee AJP:অসম জাতীয় পৰিষদৰ নিৰ্বাচন পৰিচালনা সমিতি গঠন

    Ghagrapar Damage Road:পথ নিৰ্মান নহলে ভোট বৰ্জনৰ হুংকাৰ নলবাৰীৰ ক্ষুদ্ৰ পিপলীয়া গাঁৱৰ ৰাইজৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    তিক্ততা পাহৰি ‘ৰাজনীতি ২’ত অভিনয় কৰিব ৰণবীৰ-কেটৰিণাই!

    বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

মাৰ্ঘেৰিটাত অচিৰে কয়লাৰ মুক্ত খনন আৰম্ভ কৰিবলৈ চলিছে যুদ্ধকালীন তৎপৰতা

publisher by publisher
March 16, 2026
in News, Assam
Reading Time: 1 min read
0
মাৰ্ঘেৰিটাত অচিৰে কয়লাৰ মুক্ত খনন আৰম্ভ কৰিবলৈ চলিছে যুদ্ধকালীন তৎপৰতা
1
SHARES
9
VIEWS
ShareShareShareShare

Margherita:✒️অসহায় অসমৰ খিলঞ্জীয়া মানুহৰ চৰকাৰ। নির্বিকাৰ জাতি-মাটি-ভেটি বক্ষাৰ শ্ল’গান দিয়া দ্বৈত ইঞ্জিন চৰকাৰ। বহিৰাগত বথিয়াৰ হাতত কয়লাৰ মুক্ত খনৰ কাৰণে এৰি দিছে অসম-অৰুণাচল প্রদেশ সীমান্তৰ মাৰ্ঘেৰিটা। বহিৰাগত বণিয়া নবীন সিংঘলৰ মহালক্ষ্মী গ্রুপে অচিৰেই আৰম্ভ কৰিব কয়লাব মুক্ত খনন। পৰিণতিত চিৰ কাললৈ ইতিহাস হৈ পৰিব পাটকাই পর্বতৰ সেউজ ধৰা।

ADVERTISEMENT

মৰুভূমিলৈ ৰূপান্তৰ হ’ব বিস্তৃত পর্বতমালা। পিতৃপুৰুষৰ ভেটি-মাটি চিৰকাললৈ ত্যাগ কৰি পলাব লাগিব টিৰাপৰ বহু জনজাতীয় পৰিয়ালে। বৃহত্তৰ মাৰ্ঘেৰিটা পর্বতমালাৰ অন্তর্গত শালিকী এনচি, শিঙৰি এনচি আৰু দাঁতি কাষৰীয়া পতিত ভূমিত নবীন সিংঘল পৰিচালিত মহালক্ষ্মী গ্রুপে অচিৰে কয়লাৰ মুক্ত খনন আৰম্ভ কৰিব।

RelatedPosts

বায়ু প্রদূষণত বাঢ়িব পাৰে এলঝেইমাৰৰ ৰোগৰো আশংকা

বিশ্বৰ প্ৰথম বৰফশূন্য দেশৰ আখ্যা পালে ভেনিজুৱেলাই

Margherita Incident:মাৰ্ঘেৰিটাৰ ৰাজপথত কয়লা মাফিয়াৰ মুকলি মাৰপিট

নর্থ-ইষ্ট ক’লফিল্ডৰ মাৰ্ঘেৰিটা কার্যালয়েও তাৰ বাবে যাৱতীয় প্রক্রিয়া প্রায় সম্পূর্ণ কৰিছে। শেহতীয়াকৈ ক’ল ইন্ডিয়াই বিভাগীয় নিবিদাৰ জৰিয়তে মাৰ্ঘেৰিটাত কয়লাৰ মুক্ত খননৰ কাৰণে নবীন সিংঘলৰ মহাক্ষ্মী গ্রুপক কর্তৃত্ব প্রদান কৰা বুলি চর্চা হৈছে। সেই মর্মে অহা এপ্ৰিলৰ পৰা মহালক্ষ্মী গ্রুপে মুক্ত খনন আৰম্ভ কৰিব।

উল্লেখ্য যে যোৱা ছয় মাৰ্চত মাৰ্ঘেৰিটা সমজিলা আযুক্ত কার্যালয়ৰ সভাকক্ষত উত্তৰ-পূৱ ক’লফিল্ডৰ মাৰ্ঘেৰিটাৰ মহাপ্ৰৱন্ধক কে মেৰেৰ উপস্থিতিত স্থানীয় জিলা প্রশাসনে মুক্ত খনন সন্দৰ্ভত এখন সভা অনুষ্ঠিত কৰে। মাৰ্ঘেৰিটা সমজিলা আয়ুক্ত বৰাহুল দলেৰ নেতৃত্বত আয়োজন কৰা উক্ত সভাত মাৰ্ঘেৰিটাৰ স্থানীয় জনজাতি ৰাইজৰ প্ৰতিনিধিকো আমন্ত্রণ জনোৱা হৈছিল আৰু মুক্ত খনন সন্দৰ্ভত তেওঁলোকৰ প্রতিক্রিয়া লিপিবদ্ধ কৰা হৈছিল।

যোৱা ছয় মাৰ্চৰ আলোচনাত অংশগ্ৰহণ কৰা মাৰ্ঘেৰিটাৰ স্থানীয় যুব নেতা কাষ্ট চেমাই ‘দৈনিক অগ্রদূত’ৰ আগত কয়, ‘আমাক আচলতে যোৱা ছয় মাৰ্চত আলোচনাৰ নামত ক’ল ইণ্ডিয়া লিমিটেড কর্তৃপক্ষ আৰু জিলা প্রশাসনে মিলি মুক্ত খননৰ পক্ষত অবস্থান ল’বলৈহে বুজনি দিয়া যেন অনুভৱ হৈছিল। মুক্ত খননৰ বিনিময়ত যুগ যুগ ধৰি বাস কৰি থকা স্থানীয় জনজাতি লোকসকলে ক্ষতিপূৰণ হিচাপে ক’ল ইন্ডিয়া অথবা জিলা প্রশাসনৰ তৰপৰ পৰা কি লাভকৰিব তাৰ কোনো ব্যাখ্যা নাই। কেৱল তেওঁলোকে আলোচনাৰ নামত হেঁচা দিছিল যে প্রতিবাদ বন্ধ কৰিব লাগে, মুক্ত খনন প্রক্রিয়াত সহযোগ কৰিব লাগে। কোনটো দৃষ্টিভংগীৰে এনে প্রস্তার বিজ্ঞানসম্মত বুলি বিবেচনা কৰিম?’

কাষ্ট চৈমাই ক্ষোভপ্রকাশ কৰি কয় যে বিগত কে’বাদশক ধৰি ক’ল ইণ্ডিয়াই ক্ষতিপূৰণৰ নামত স্থানীয় জনজাতি সকলক প্ৰতাৰণা কৰি আহিছে। চিএছআৰ পুঁজি ব্যয়ৰ নামতো স্থানীয় জনজাতিসকলক চূড়ান্তভাৱে প্রৱঞ্চনা কৰি অহা বুলি চেমাই অভিযোগ উত্থাপন কৰে।

তেওঁ কয়, ‘আজিলৈকে যিমান স্থানীয় জনজাতি লোকৰ মাটি কয়লা খননত ধ্বংস কৰা হৈছে, তাৰ বিনিময়ত কাক কি ক্ষতিপূৰণ দিছে তালিকাখন ৰাজহুৱা কৰিবলৈ ক’ল ইণ্ডিয়াক আমি প্রত্যাহ্বান জনাই আহিছো; কিন্তু তেওঁলোক বিফল। এতিয়া মুক্ত খনন হ’লে স্থানীয় জনজাতিৰ ঘৰ-মাটি যাব। প্ৰদূষণৰ ফলত ওচৰে-পাঁজৰে বাস কৰিব নোৱাৰা হ’ব। শেষত গৈ স্বইচ্ছাই পিতৃপুৰুষৰ ঐতিহাসিক স্থান ত্যাগ কৰি নতুন ঠাই বিচাৰি প্ৰব্ৰজন কৰিব লাগিব। তেনে পৰিস্থিতিত আমাৰ পুনৰ সংস্থাপনৰ বিষয়টো কি হ’ব তাৰ কোনো উত্তৰ নাই। আমাৰেই মাটিত মুক্ত খনন হ’ব। বিনিময়ত আমি কি পাম, তাৰো কোনো উত্তৰ নাই। জিলা প্রশাসনৰ এটাই উত্তৰ- এইবিলাক বিষয়ত উত্তৰ দিবলৈ জিলা প্ৰশাসনৰ ক্ষমতাৰ আওতাত নপৰে। সেয়েহে আমি প্রশ্ন কৰিছো, যদি ক্ষতিপূৰণ, পুনক সংস্থাপনৰ বিষয়ত উত্তৰ দিবলৈ ক্ষমতাই নাই, তেন্তে আমাৰ পৰা সন্মতি বিচাৰি সভাৰ আয়োজন কৰিলে কেনেকৈ?’

তাৎপর্যপূর্ণ যে মাৰ্ঘেৰিটাৰ স্থানীয় জনজাতি ৰাইজ, দল-সংগঠনে ধাৰাবাহিকভাবে মুক্ত খননৰ বিৰুদ্ধে ৰাজপথৰ সংগ্রাম কৰি আহিছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট কর্তৃপক্ষক স্মাৰকপত্র প্রদান কৰি আহিছে। যোৱা ছয় মাৰ্চৰ আলোচনাৰ পাছতো প্রতিবাদ সাব্যস্ত কৰা হৈছিল। তৎসত্ত্বেও মুক্ত খননক লৈ ক’ল ইণ্ডিয়া আৰু প্রশাসন দৃঢ়প্রতিজ্ঞ। লক্ষ্য এটাই মাৰ্ঘেৰিটাত কয়লাৰ মুক্ত খনন আৰম্ভ হোৱাৰ লগে উৎপাদনৰ পৰিমাণ বহুগুণে বৃদ্ধি পাব।

গতিকে বর্ধিত উৎপাদনৰ সৰবৰাহৰ উদ্দেশ্যে লিডুৰ ৰেল ষ্টেছনৰ বৈদ্যুতিকৰণৰ কাম ইতিমধ্যে সম্পূর্ণ হৈ গৈছে বুলি স্থানীয় ৰাইজে ‘দৈনিক অগ্রদূত’ক জানিবলৈ দিছে। সমগ্র প্রক্রিয়াটোক স্থানীয় ৰাইজৰ সন্মতি নোহোৱা সত্ত্বেও প্রশাসনে দ্রুত গতিত আগুৱাই নিয়া বুলি ৰাইজে লগতে ক্ষোভ প্রকাশ কৰে।

সম্প্রতি বহুল চর্চাত থকা মুক্ত খনন সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি ক’ল ইণ্ডিয়াৰ মাৰ্ঘেৰিটাৰ মহাপ্ৰৱন্ধক কে মেবেই ‘দৈনিক অগ্রদূত’ৰ আগত কয়, ‘এই মুহূর্তত ক’ল ইণ্ডিয়াই মাত্র এটা প্রকল্পত খনন অব্যাহত ৰাখিছে। সেইটো হ’ল টিকক অপেনকাষ্ট প্রকল্প। টিকক প্রকল্পত বছৰি মাত্র দুই লাখ টন কয়লাৰ উৎপাদন হয়। গতিকে আমি উৎপাদন ক্ষমতা তিনি লাখ টনলৈ বৃদ্ধি কৰিম বুলি পৰিকল্পনা হাতত লৈছো।’

মাৰ্ঘেৰিটাৰ ‘টিৰাপ অপেনকাষ্ট প্রকল্প’ ক’ল ইণ্ডিয়াৰ দ্বিতীয়টো বৃহৎ প্রকল্প হ’ব বুলি জানিবলৈ দি মহাপ্রবন্ধক মেৰেই কয় যে উক্ত প্ৰকল্পৰ কাৰণে অসম চৰকাৰৰ বন বিভাগৰ পৰা প্রয়োজনীয় আপত্তিবিহীন প্রমাণপত্র ইতিমধ্যে লাভ কৰা হৈছে। তেওঁ এই প্রসংগতে কয়, ‘অহা তিনি মাহৰ ভিতৰত ভাৰত চৰকাৰৰ সংশ্লিষ্ট মন্ত্রণালয়ৰ পৰা আমি যাৱতীয় ‘পৰিৱেশ অনুমোদন’ লাভ কৰিম। টিৰাপ প্ৰকল্পৰ পৰা আমি বছৰি ছয় লাখ টন কয়লা উৎপাদন কৰিব পাৰিম।’

টিকক পশ্চিম সম্প্ৰসাৰিত প্রকল্প ক’ল ইণ্ডিয়াৰ তৃতীয়টো বৃহৎ প্রকল্প হ’ব বুলি জানিবলৈ দি মহাপ্রবন্ধকজনে কয় যে উক্ত প্ৰকল্পৰ পৰাও বছৰি ছয় ছয় লাখ টন কয়লা উৎপাদনৰ লক্ষ্য স্থিৰ কৰা হৈছে। অৱশ্যে তৃতীয়টো প্ৰকল্পৰ কাৰণে এতিয়াও বন আৰু পৰিৱেশ অনুমোদন লাভ কৰা নাই বুলি প্রকাশ কৰে। মহাপ্ৰৱন্ধক মেৰেই কয়, ‘অহা তিনি বছৰৰ ভিতৰত আমি তৃতীয়টো প্ৰকল্পৰ কাৰণে প্রয়োজনীয় সকলো অনুমতি লাভ কৰিম। সম্প্রতি প্রকল্পসমূহ ১০ বছৰৰ কাৰণে মহালক্ষ্মী ইনফ্রাটেক প্রাইভেট লিমিটেডক লীজত দিয়া হৈছে। তিনিওটা প্রকল্প কার্যক্ষম কৰি মাৰ্ঘেৰিটাৰ পৰা বছৰি সৰ্বমুঠ ১৫ লাখ টন কয়লা উৎপাদনৰ পৰিকল্পনা ধার্য কৰা হৈছে।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamNewsCoalMiningEnvironmentMargheritaOpenCastMining
publisher

publisher

Related Posts

SLC Scheme:কৰ্মচাৰীসকলৰ বাবে আৰম্ভ Employee Salary-Linked Credit Scheme
News

SLC Scheme:কৰ্মচাৰীসকলৰ বাবে আৰম্ভ Employee Salary-Linked Credit Scheme

March 16, 2026
Bjp Joining:গেৰুৱা বসন পিন্ধিলে অগপৰ চাৰিবাৰৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায়ে
News

Bjp Joining:গেৰুৱা বসন পিন্ধিলে অগপৰ চাৰিবাৰৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায়ে

March 16, 2026
জুবিন গাৰ্গৰ ছমহীয়া তিথিত ৰাজ্যজুৰি স্মৃতি ৰোমন্থন
News

জুবিন গাৰ্গৰ ছমহীয়া তিথিত ৰাজ্যজুৰি স্মৃতি ৰোমন্থন

March 16, 2026
১১ দিনত ১৩,৫৬০ কিলোমিটাৰ উৰণত এক ছেকেণ্ডৰো বিশ্রাম নাই
News

১১ দিনত ১৩,৫৬০ কিলোমিটাৰ উৰণত এক ছেকেণ্ডৰো বিশ্রাম নাই

March 16, 2026
Formation of Election Management Committee AJP:অসম জাতীয় পৰিষদৰ নিৰ্বাচন পৰিচালনা সমিতি গঠন
News

Formation of Election Management Committee AJP:অসম জাতীয় পৰিষদৰ নিৰ্বাচন পৰিচালনা সমিতি গঠন

March 16, 2026
Ghagrapar Damage Road:পথ নিৰ্মান নহলে ভোট বৰ্জনৰ হুংকাৰ নলবাৰীৰ ক্ষুদ্ৰ পিপলীয়া গাঁৱৰ ৰাইজৰ
News

Ghagrapar Damage Road:পথ নিৰ্মান নহলে ভোট বৰ্জনৰ হুংকাৰ নলবাৰীৰ ক্ষুদ্ৰ পিপলীয়া গাঁৱৰ ৰাইজৰ

March 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d