Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

বিশ্বৰ প্ৰথম বৰফশূন্য দেশৰ আখ্যা পালে ভেনিজুৱেলাই

publisher by publisher
December 25, 2025
in News, world
Reading Time: 1 min read
0
বিশ্বৰ প্ৰথম বৰফশূন্য দেশৰ আখ্যা পালে ভেনিজুৱেলাই
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

মাৰ্ঘেৰিটাত অচিৰে কয়লাৰ মুক্ত খনন আৰম্ভ কৰিবলৈ চলিছে যুদ্ধকালীন তৎপৰতা

বায়ু প্রদূষণত বাঢ়িব পাৰে এলঝেইমাৰৰ ৰোগৰো আশংকা

Venezuela’s maria corina machado has been awarded the nobel peace prize: ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাদোলৈ আগবঢ়োৱা হ’ল ২০২৫ ৰ শান্তি’ৰ নোবেল বঁটা

Venezuela:✒️বছৰৰ শেষত ইতিহাস গঢ়িলে দক্ষিণ আমেৰিকাৰ বাঁওপন্থী দেশ ভেনিজুৱেলাই। অৱশ্যে এই ইতিহাস কোনো গৰ্বৰ নহয়; বৰঞ্চ এফালে যিদৰে প্ৰকৃতিক লৈ আশংকা সেইদৰে আনফালে মানব সভ্যতাৰ বাবেও লজ্জাজনক।বিশ্বৰ প্ৰথমখন বৰফশূন্য দেশত পৰিগণিত হ’ল ভেনিজুৱেলা। ক্রমাৎ গলি গলি সেই দেশৰ সমস্ত বৰফ সম্প্ৰতি পানীত পৰিণত হৈছে। যিখিনি বাকী আছে, সেইখিনিক কোনো প্ৰকাৰে পানীৰ বৰফ ধৰ্ম ধৰি ৰখাৰ এক অসীম সংগ্রাম বুলি ক’লেও অত্যুক্তি নহ’ব।

ADVERTISEMENT

পৰিসংখ্যা অনুসৰি, বিগত এটা শতিকাত আন্দিজ পর্বতমালাৰ পাদদেশত অৱস্থিত এই নাতিশীতোষ্ণ দেশখন কমেও ছটা হিমবাহ গলনৰ সাক্ষী হৈছে। এনে সর্বনাশী কাণ্ডৰ সূত্রপাত ঘটিছিল ২০০০ৰ আগৰ পৰাই। আন্দিজ পর্বতমালাৰ অন্যতম আলোচিত হিমবাহ আছিল হামবোল্ট বা লা কোৰোনা। সেই হিমবাহৰ গলনেই আছিল অশনি সংকেত।

যিমানেই দিন বাগৰিছে, হামবোল্টৰ গলন সিমানেই বৃদ্ধি পাইছে। পৰিসংখ্যা অনুসৰি এই মুহূৰ্তত হামবোল্টৰ মাত্র ০.২ শতাংশহে অবশিষ্ট আছে, বাকী সকলোখিনি বৰফ গলি ইতিমধ্যে পানীত পৰিণত হৈছে। একাংশ বিশেষজ্ঞৰ মতে, হামবোল্টে ‘হিমবাহ’ৰ সংজ্ঞা হেৰুৱাইছে।

ডাৰহাম বিশ্ববিদ্যালয়ৰ হিমবাহ বিশাৰদ ড° কেৰ’লিন ক্লাছনে কয়, ‘২০০০ৰ পৰাই ভেনিজুরেসাত হিমবাহসমূহৰ পৰিস্থিতি বেয়াৰ দিশলৈ গৈছিল। এতিয়া যি অৱস্থা, তাৰ ফলত হিমবাহ বুলি নকৈ এই অংশক বৰফৰ প্ৰান্তৰ বুলি কোৱাই শ্রেয়।’

কেৱল ভেনিজুৱেলাই নহয়, আন্দিজ পর্বতমালাৰ সংলগ্ন কলম্বিয়াতো প্রায় একেই পৰিস্থিতি। সেই দেশত ৪৫০ হেক্টৰ অঞ্চল জুৰি থকা হিমবাহৰ অংশ এতিয়া নামিছে মাত্র দুই হেক্টৰলৈ। এজন বিশেষজ্ঞৰ মতে, হিমালয়ৰ সৰ্বনিম্ন আকাৰ-আয়তনৰ মাপকাঠি এতিয়াও সেইদৰে একো নাই। সাধাৰণভাৱে ১০ হেক্টৰ অঞ্চলজুৰি বৰফপিণ্ডৰ অৱস্থান হ’লেই তাক হিমবাহ বুলি ধৰা হয়।

অৱশ্যে ওজনো এক বিশেষ ফেক্টৰ। এতিয়া গোলকীয় উষ্ণতাৰ ফলত হিমবাহ ঠিক কিমান সংকুচিত হ’লে তাক হিমবাহ বুলি কোৱা হ’ব, সেয়া অজ্ঞাত; কিন্তু হামবোল্টৰ পৰিণতিত তেওঁলোক আতংকিত হৈ পৰিছে। এইদৰেই যদি আগন্তুক কিছু বছৰৰ ভিতৰত পৃথিৱীখন হিমবাহ শূন্য হৈ পৰে, তেনেহ’লে চৰম বিপদ আৰু ৰোধ কৰিব পৰা নাযাব। শেষৰ দিনটো যেন আগুৱাই আহিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: EnvironmentGlacierVenezuela
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d