Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WhatsApp Image 2026 03 17 at 6.03.27 PM

     Cosmic:মহাজাগতিক ‘মস্তিষ্ক’ বিচাৰি পালে জেমছ ৱেবে

    Global warming:বাঢ়িছে দিন, হো-হোৱাই গলিছে বৰফ

    Spices:মছলাৰূপে ব্যৱহাৰ কৰে স্থানীয় বাসিন্দাই

    Income tax Dept:সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ক’লা ধনৰ ব্যৱহাৰ বন্ধ কৰিবলৈ আয়কৰ বিভাগৰ নিয়ন্ত্ৰণ কক্ষ স্থাপন

    AIUDF Candidate List Announced:এআইইউডিএফৰ দ্বিতীয় খন প্ৰাৰ্থী তালিকা ঘোষণা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    তিক্ততা পাহৰি ‘ৰাজনীতি ২’ত অভিনয় কৰিব ৰণবীৰ-কেটৰিণাই!

    বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ ফোনত কেমেৰা ৰিং লগোৱাটো প্রয়োজনীয় নেকি?

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Congress -:Raijor Dal:যৱনিকা পৰা নাই কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতা ! 

এআইচিচিৰ এজন জ্যেষ্ঠ নেতাই উদ্যোগত মিত্ৰতাক লৈ পুনৰ আলোচনাৰ খবৰ :দিছপুৰৰ মচনদৰ পৰা বিজেপিক উৎখাত কৰাৰ লক্ষ্যৰে কংগ্ৰেছৰ নেতৃত্বত গঠন

publisher by publisher
March 17, 2026
in News
Reading Time: 1 min read
0
Congress -:Raijor Dal:যৱনিকা পৰা নাই কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতা ! 
1
SHARES
7
VIEWS
ShareShareShareShare

Congress -Raijor Dal:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:দিছপুৰৰ মচনদৰ পৰা বিজেপিক উৎখাত কৰাৰ লক্ষ্যৰে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা উমৈহতীয়া মঞ্চৰ পৰা আসন বুজাপৰা ক্ষেত্ৰত সৃষ্টি হোৱা মতানৈক্যৰ বাবে ৰাইজৰ দল একাষৰীয়া হৈ পৰে ৷ যাৰবাবে ইতিমধ্যে কংগ্ৰেছ দুখন প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ বিপৰীতে মিত্ৰজোঁটৰ চিপিএম ,চিপিআইৰ এমএল আৰু এপিএইছএলচিয়েও ঘোষণা কৰিছে নিজ নিজ দলৰ প্ৰাৰ্থীৰ তালিকা ৷

ADVERTISEMENT

একেদৰে কংগ্ৰেছ মিত্ৰজোঁটৰ কৰা কাৰ্যত একাষৰীয়া হোৱা অখিল গগৈৰ ৰাইজৰ দলেই দুখনকৈ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে ৷ অৱশ্যে কংগ্ৰেছ মিত্ৰজোঁটৰ অন্যতম অংশীদাৰী দল অসম জাতীয় পৰিষদে ঘোষণা কৰা নাই প্ৰাৰ্থী তালিকা ৷ দুই- এদিনৰ ভিতৰতে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ সম্ভাৱনা আছে ।

RelatedPosts

Gaurav Gogoi:কংগ্ৰেছ চৰকাৰ আহিলে তিনিমাহৰ ভিতৰত জুবিন ক্ষেত্ৰৰ আন্ত;গাঠনি উন্নয়ন কৰা হব 

Assembly Election Code of Conduct in Assam:আজিৰ পৰা ৰাজ্যত তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ বলৱৎ হ’ল নিৰ্বাচনী আচৰণ বিধি

Pradyut Bordoloi :এপিচিচিত গৃহকন্দল ! চিকিৎসক এজনক প্ৰাৰ্থীত্ব দিয়াৰ স্বাৰ্থত বিধায়ক ডা:নাজাৰৰ প্ৰাৰ্থীত্বৰ বিৰোধীতা সাংসদ প্রদ্যুৎ বৰদলৈৰ

কংগ্ৰেছে মিত্ৰতা হৈ নোথাৰ বাবে অখিল গগৈয়ে টাৰ্গেট কৰি লয় এপিচিচিৰ সভাপতি গৌৰৱ গগৈ আৰু সাংসদ ৰকিবুল হুছেইনক ৷ আনকি কংগ্ৰেছে- ৰাইজৰ দলৰ মাজত মিত্ৰতা গঢ়াৰ ক্ষেত্ৰত আশানুৰূপ উদ্যোগ লুৰিণজ্যোতি গগৈয়ে নোলোৱাৰো গুৰুতৰ অভিযোগ অখিল গগৈৰ ৷ আনহাতে এনে ঘটনাক্ৰমৰ মাজতে শেহতীয়াকৈ এক খবৰে পুনৰ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে বুলি ৰাজনৈতিক মহলে মন্তব্য কৰিছে ৷ এক উচ্চস্তৰীয় খবৰ অনুসৰি কংগ্ৰেছ–ৰাইজৰ দলৰ মাজত মিত্ৰতাক লৈ পুনৰ আলোচনা চলাৰ খবৰ ।

এআইচিচিৰ এজন জ্যেষ্ঠ নেতাই উদ্যোগ লৈছে মিত্ৰতাৰ আলোচনাত । ধিং , দলগাওঁ সমষ্টিকলৈ সহমতত উপনীত হোৱা নাছিল কংগ্ৰেছ–ৰাইজৰ দলৰ নেতৃত্ব । এৰা–ধৰা নীতিৰে মিত্ৰতা কৰাৰ পক্ষত আগবাঢ়িছে দুয়োটা দলৰ নেতৃত্ব । শিৱসাগৰ , মৰিয়নি , তেজপুৰ , নাওবৈচা , ধিং , দলগাওঁ , জালুকবাৰীত বৰ্তমানলৈ প্ৰাৰ্থী ঘোষণা কৰা নাই কংগ্ৰেছ দলে । একেদৰে বৰচলা , যোৰহাট , দিছপুৰ, মন্দিয়াত এতিয়ালৈ প্ৰাৰ্থী ঘোষণা কৰা নাই ৰাইজৰ দলে ইতিমধ্যে আন সমষ্টিত দুখনকৈ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে দুয়োটা দলে ।

অৱশ্যে আলোচনা সফল হলে শীঘ্ৰে মিত্ৰতাৰ সিদ্ধান্তত উপনীত হব পাৰে কংগ্ৰেছ- ৰাইজৰ দল ৷ অন্যথা আনুষ্ঠানিক মিত্ৰতা নহলেও দুয়োটা দলৰে মাজত হব পাৰে ভিতৰুৱা বুজাবুজি । সমষ্টি বিশেষে এটা দলে আন এটা দলক কৰিব পাৰে সহায় । অৱশ্যে মাৰ্ঘেৰিটা সমষ্টিত দুয়োটা দলে সমানে যুজঁত নমাৰ সম্ভাৱনা ।

আনহাতে এই সন্দৰ্ভত ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈয়ে কয়,কিছুমান মানুহে এতিয়াও মিছা প্ৰচাৰ কৰি আছে কংগ্ৰেছৰ সৈতে এতিয়াও মিত্ৰতাৰ আলোচনা চলি আছে বুলি৷ ১৩ মার্চ তাৰিখে কংগ্রেছে ধিং, নাওবৈচা, দলগাঁৱ, ৰঙানদী সমষ্টি নিদিওঁ বুলি কোৱাৰ পৰাই কংগ্ৰেছৰ সৈতে কোনো আলোচনা হোৱা নাই ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AKHIL GOGOIAssam Assembly Election 2026Assam CongressConflictGaurav GogoiRaijor Dal
publisher

publisher

Related Posts

WhatsApp Image 2026 03 17 at 6.03.27 PM
News

March 17, 2026
 Cosmic:মহাজাগতিক ‘মস্তিষ্ক’ বিচাৰি পালে জেমছ ৱেবে
International

 Cosmic:মহাজাগতিক ‘মস্তিষ্ক’ বিচাৰি পালে জেমছ ৱেবে

March 17, 2026
Global warming:বাঢ়িছে দিন, হো-হোৱাই গলিছে বৰফ
International

Global warming:বাঢ়িছে দিন, হো-হোৱাই গলিছে বৰফ

March 17, 2026
Spices:মছলাৰূপে ব্যৱহাৰ কৰে স্থানীয় বাসিন্দাই
International

Spices:মছলাৰূপে ব্যৱহাৰ কৰে স্থানীয় বাসিন্দাই

March 17, 2026
Income tax Dept:সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ক’লা ধনৰ ব্যৱহাৰ বন্ধ কৰিবলৈ আয়কৰ বিভাগৰ নিয়ন্ত্ৰণ কক্ষ স্থাপন
News

Income tax Dept:সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ক’লা ধনৰ ব্যৱহাৰ বন্ধ কৰিবলৈ আয়কৰ বিভাগৰ নিয়ন্ত্ৰণ কক্ষ স্থাপন

March 17, 2026
AIUDF Candidate List Announced:এআইইউডিএফৰ দ্বিতীয় খন প্ৰাৰ্থী তালিকা ঘোষণা
News

AIUDF Candidate List Announced:এআইইউডিএফৰ দ্বিতীয় খন প্ৰাৰ্থী তালিকা ঘোষণা

March 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d