Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Himanta Viswa Sarma Pressmeet:দলীয় টিকট ঘোষণা কৰাৰ পিছত বশিষ্ঠৰ বিজেপিৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ সংবাদমেল

    ইৰান-ইজৰাইলৰ যুদ্ধ বন্ধ নহ’লে বিশ্বত ৪.৫ কোটি মানুহ ক্ষুধা সংকটৰ সন্মুখীন হ’ব

    বিজেপিৰ তালিকাত মহিলা শক্তি !

    বিজেপিৰ তালিকাত মহিলা শক্তি !

    Fast track court:জুবিন গাৰ্গৰ ছমহীয়াৰ দিনটোতে গঠন কৰা হ’ল ফাষ্টট্ৰেক আদালত

    অৱশেষত যোৰহাটত সন্ধান ওলাল ‘সাধাৰণ ঘৰৰ সন্তান’ৰ

    Nihar Ranjan Das resigns:বিজেপি প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতেই আৰম্ভ হ’ল পদত্যাগৰ জোৱাৰ 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    তিক্ততা পাহৰি ‘ৰাজনীতি ২’ত অভিনয় কৰিব ৰণবীৰ-কেটৰিণাই!

    বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    লাইট জুলাই বা টিভি চলাই শোৱাৰ অভ্যাস!

    লাইট জুলাই বা টিভি চলাই শোৱাৰ অভ্যাস!

    চাকৰিৰ জগতত নতুন ট্রেন্ড ‘লিলি পেডিং’

    চাকৰিৰ জগতত নতুন ট্রেন্ড ‘লিলি পেডিং’

    আপোনাৰ ফোনত কেমেৰা ৰিং লগোৱাটো প্রয়োজনীয় নেকি?

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

নিউ গুৱাহাটীত বিজেপিৰ ডাঙৰ সিদ্ধান্তত তীব্ৰ প্ৰতিক্ৰিয়া

publisher by publisher
March 19, 2026
in News, Assam
Reading Time: 1 min read
0
নিউ গুৱাহাটীত বিজেপিৰ ডাঙৰ সিদ্ধান্তত তীব্ৰ প্ৰতিক্ৰিয়া
1
SHARES
13
VIEWS
ShareShareShareShare

Siddhartha Bhattacharya:✒️আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক তৎপৰতাৰ মাজতেই নিউ গুৱাহাটী সমষ্টিক লৈ বিজেপিৰ সিদ্ধান্তই নতুন বিতৰ্কৰ সূচনা কৰিছে।

ADVERTISEMENT

বহু বছৰ ধৰি দলৰ ভিতৰত শক্তিশালী স্থিতি গঢ়ি তোলা, সংগঠন চলোৱা আৰু নেতৃত্ব দিয়া সিদ্ধার্থ ভট্টাচাৰ্যক বাদ দি দীপ্লুৰঞ্জনক প্ৰাৰ্থী হিচাপে ঘোষণা কৰাটো এতিয়া ৰাজনৈতিক মহলত ডাঙৰ প্ৰশ্নৰ সৃষ্টি কৰিছে।

RelatedPosts

বিজেপিৰ তালিকাত মহিলা শক্তি !

অৱশেষত যোৰহাটত সন্ধান ওলাল ‘সাধাৰণ ঘৰৰ সন্তান’ৰ

Nihar Ranjan Das resigns:বিজেপি প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতেই আৰম্ভ হ’ল পদত্যাগৰ জোৱাৰ 

নিউ গুৱাহাটীত সংগঠন মজবুত কৰা আৰু নতুন মুখ আগবঢ়োৱাৰ নামত লোৱা এই সিদ্ধান্তক বহুতেই এতিয়া অভিজ্ঞতা আৰু আনুগত্যৰ ওপৰত স্পষ্ট অবহেলা বুলি উল্লেখ কৰিছে।

দীপ্লুৰঞ্জনক আগবঢ়োৱাৰ জৰিয়তে বিজেপিয়ে “নতুন মুখ”ৰ কথা কৈ থাকিলেও, এতিয়া বহুতৰে মনত প্ৰশ্ন উঠিছে,নতুন মুখৰ নামত অভিজ্ঞ নেতাসকলক বাদ দিয়াটো কিমান যুক্তিযুক্ত?

নিউ গুৱাহাটীৰ দৰে গুৰুত্বপূর্ণ সমষ্টিত এই সিদ্ধান্তই নিৰ্বাচনী সমীকৰণত ডাঙৰ প্ৰভাৱ পেলাব পাৰে বুলি ৰাজনৈতিক বিশ্লেষকে মত প্ৰকাশ কৰিছে।

ইফালে, আজিৰ প্ৰাৰ্থী তালিকাত স্থান নোপোৱাৰ ভিতৰত সিদ্ধার্থ ভট্টাচাৰ্যৰ নাম থকাৰ ফলত দলৰ ভিতৰত অসন্তোষৰ সুৰো স্পষ্ট হৈছে। বহু কৰ্মী-সমৰ্থকে এই সিদ্ধান্তক মানি ল’ব পৰা নাই বুলি ইতিমধ্যে আলোচনা চলিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BJPSiddhartha Bhattacharya
publisher

publisher

Related Posts

Himanta Viswa Sarma Pressmeet:দলীয় টিকট ঘোষণা কৰাৰ পিছত বশিষ্ঠৰ বিজেপিৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ সংবাদমেল
News

Himanta Viswa Sarma Pressmeet:দলীয় টিকট ঘোষণা কৰাৰ পিছত বশিষ্ঠৰ বিজেপিৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ সংবাদমেল

March 19, 2026
ইৰান-ইজৰাইলৰ যুদ্ধ বন্ধ নহ’লে বিশ্বত ৪.৫ কোটি মানুহ ক্ষুধা সংকটৰ সন্মুখীন হ’ব
News

ইৰান-ইজৰাইলৰ যুদ্ধ বন্ধ নহ’লে বিশ্বত ৪.৫ কোটি মানুহ ক্ষুধা সংকটৰ সন্মুখীন হ’ব

March 19, 2026
বিজেপিৰ তালিকাত মহিলা শক্তি !
News

বিজেপিৰ তালিকাত মহিলা শক্তি !

March 19, 2026
Fast track court:জুবিন গাৰ্গৰ ছমহীয়াৰ দিনটোতে গঠন কৰা হ’ল ফাষ্টট্ৰেক আদালত
News

Fast track court:জুবিন গাৰ্গৰ ছমহীয়াৰ দিনটোতে গঠন কৰা হ’ল ফাষ্টট্ৰেক আদালত

March 19, 2026
অৱশেষত যোৰহাটত সন্ধান ওলাল ‘সাধাৰণ ঘৰৰ সন্তান’ৰ
Assam

অৱশেষত যোৰহাটত সন্ধান ওলাল ‘সাধাৰণ ঘৰৰ সন্তান’ৰ

March 19, 2026
Nihar Ranjan Das resigns:বিজেপি প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতেই আৰম্ভ হ’ল পদত্যাগৰ জোৱাৰ 
News

Nihar Ranjan Das resigns:বিজেপি প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতেই আৰম্ভ হ’ল পদত্যাগৰ জোৱাৰ 

March 19, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d