Titabar:
তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱাৰ কংগ্ৰেছ ত্যাগ ৷ দলীয় টিকট লাভৰ পৰা বঞ্চিত হোৱাৰ পাছতে দেওবাৰে নিশা এপিচিচিৰ সভাপতি গৌৰৱ গগৈলৈ প্ৰেৰণ কৰে পদত্যাগ পত্ৰ ৷ সোমবাৰে নির্দলীয়ভাৱে মনোনয়ন দাখিল কৰিব ভাস্কৰ বৰুৱাই ৷