Singapur Coroner’s Court:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ছিংগাৰপুৰৰ সমুদ্ৰৰ বক্ষত ৰহস্যজনকভাৱে মৃত্যু হোৱা সন্দৰ্ভত দেশখনৰ ক’ৰনাৰ্ছ আদালতত চলি থকা গোচৰৰ আজি চূড়ান্ত ৰায়দান প্ৰদান কৰে। আদালতে চুড়ান্ত ৰায়দানটোত উল্লেখ কৰে যে সমুদ্ৰৰ বক্ষত পানীত ডুবি মৃত্যু হৈছিল জুবিন গাৰ্গৰ ৷ মৃত্যুত ষড়যন্ত্ৰ হোৱা নাই বুলি উল্লেখ কৰি আদালতে ৰায়টোত কয় যে জুবিন গাৰ্গক জোৰ কৰি পানীলৈ ঠেলি দিয়া নাছিল ৷
উল্লেখ্য যে উল্লেখ্য যে ইয়াৰ পূৰ্বে ১৩ মাৰ্চৰ দিনটোত আদালতে বুধবাৰৰ দিনটোত চূড়ান্ত ৰায়দানৰ দিন ঘোষণা কৰিছিল ।
উল্লেখযোগ্য বিগতবৰ্ষৰ ১৯ ছেপ্তেম্বৰৰ ছিংগাপুৰৰ সমুদ্ৰৰ বক্ষত জুবিন গাৰ্গৰ ৰহস্যজনকভাৱে কৰুণ মৃত্যুক সাবটি লৈছিল ৷
