Earthquake in Assam:ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

ভূমিকস্পৰ অভিকেন্দ্ৰ গোৱালপাৰা

WhatsApp Image 2026 03 27 at 3.19.04 PM 2

Earthquake in Assam:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্যত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি ৷ গুৱাহাটী মহানগৰী সহ ৰাজ্যৰ কেইবাখনো জিলাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণিৰ। একেদৰে অনুভূত হয় চুবুৰীয়া মেঘালয় সহ বাংলাদেশতো ৷

শুকুৰবাৰে বিয়লি দিনৰ ২-২৫ মিনিটত অনুভূত হোৱা ভূমিকম্পৰ এনচিএছৰ তথ্য অনুসৰি অভিকেন্দ্ৰ আছিল গোৱালপাৰাৰ দুধনৈ ৷ ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৪ ১ ৷ অৱশ্যে ভূমিকম্পৰ ফলত কোনো স্থানতে ক্ষয়ক্ষতিৰ খবৰ খবৰ অহা নাই ৷

Exit mobile version