GHC:৯ এপ্রিলত বন্ধ থাকিব গুৱাহাটী উচ্চ ন্যায়ালয়

বিধানসভা নিৰ্বাচনৰ বাবে এই ঘোষণা উচ্চ ন্যায়ালয়

WhatsApp Image 2026 03 27 at 3.35.07 PM

GHC:

 দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–৯ এপ্রিলত গুৱাহাটী উচ্চ ন্যায়ালয় বন্ধৰ ঘোষণা কৰে উচ্চ ন্যায়ালয়ৰ ৰেজিষ্টাৰ জেনেৰেল আৰ বৰুৱাই ৷ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে সংশ্লিষ্ট দিনা ভোটদান হোৱা হেতুকে উচ্চ ন্যায়ালয়ে বন্ধৰ ঘোষণা কৰে ৷অৱশ্যে ১০ এপ্ৰিলৰ পৰা পুনৰ কামকাজ অন্যদিনাৰ দৰে অব্যাহত থাকিব ৷

Exit mobile version