Rahul Gandhi:প্ৰিয়ংকা গান্ধীৰ পিছত আজি নিৰ্বাচনী ৰণডংকা বজাব ৰাহুল গান্ধী

বোকাজান আৰু তিতাবৰত জনসভাত ভাগ ল'ব গান্ধীয়ে

WhatsApp Image 2026 04 02 at 11.48.22 AM

Rahul Gandhi:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–বুধবাৰে প্ৰিয়ংকা গান্ধীয়ে নাজিৰা ,খোৱাং সহ কে’বা ঠাইত কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰাভিযান চলোৱাৰ পিছত বৃহস্পতিবাৰে অসমলৈ আহিব শীৰ্ষ কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ কংগ্ৰেছৰ হাই প্ৰফাইল নেতা গৰাকীয়ে যোৰহাট জিলাৰ তিতাবৰত আৰু কাৰ্বি পাহাৰৰ বোকাজান নিৰ্বাচনী ৰণডংকা বজাব ।

Exit mobile version