অসুস্থ গৰিমা শইকীয়া গাৰ্গ, চিকিৎসালয়ত ভৰ্তি

68f08b74b059b garima saikia garg 160639329 16x9 1

Garima Saikia Garg:✒️পুনৰ অসুস্থ হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ। ৰক্তচাপজনিত জটিলতা আৰু মধুমেহৰ সমস্যাৰ বাবে তেওঁক দিছপুৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

বৰ্তমান চিকিৎসকৰ পৰ্যবেক্ষণত তেওঁৰ চিকিৎসা অব্যাহত আছে।

Exit mobile version