এক ব্যতিক্ৰমী ঘটনাৰ মাজেৰে সভাত উপস্থিত হ’ব লগা হ’ল বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী। তথ্য অনুসৰি, নিৰ্বাচনী প্ৰচাৰলৈ যোৱাৰ পথতে তেওঁৰ হেলিকপ্টাৰৰ তেল শেষ হৈ পৰে, যাৰ ফলত আধা ৰাস্তাতেই তেওঁ অৱতৰণ কৰিবলগীয়া হয়।
পৰৱৰ্তী সময়ত পলম নকৰাকৈ আনৰ গাড়ী ভাড়াত লৈ তেওঁ গন্তব্যস্থলীত উপস্থিত হয়।
