Dry day declared in Ribhoi districtমেঘালয়ৰ ৰিভৈ জিলাত ৮ আৰু ৯ এপ্ৰিলত ড্রাই ডে’ ঘোষণা

অসম বিধানসভা নিৰ্বাচনৰ বাবে প্ৰশাসনৰ এই নিৰ্দেশনা

WhatsApp Image 2026 04 06 at 4.53.42 PM

Dry day declared in Ribhoi district:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–অসম বিধানসভা নিৰ্বাচনৰ বাবে মেঘালয়ৰ ৰিভৈ জিলাত ৮ আৰু ৯ এপ্ৰিলত ড্রাই ডে’ ঘোষণা ৷ অসম বিধানসভা নিৰ্বাচনৰ বাবে অসম চৰকাৰে ইতিমধ্যেই সমগ্ৰ অসমত আৰু ৯ এপ্ৰিলত ড্রাই ডে’ ঘোষণা কৰিছিল ৷

উল্লেখ্য যে মেঘালয়ৰ ৰিভৈ জিলাৰ অন্তৰ্গত খানাপাৰাৰ অধিকাংশ দাঁতি কাষৰীয়া অঞ্চলৰ সীমাত অসমৰ কে’বাটাও বিধানসভা অঞ্চল পৰা হেতুকে ৰিভৈ জিলাত ৮ আৰু ৯ এপ্ৰিলত ড্রাই ডে’ ঘোষণা কৰে সংশ্লিষ্ট প্ৰশাসনে ৷

Exit mobile version