Udalguri:নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছ ত্যাগ কংগ্ৰেছৰ ওদালগুৰিৰ প্ৰাৰ্থী চৰেন দৈমাৰীৰ

নির্বাচন নেখেলাৰ ঘোষণা কংগ্ৰেছ প্ৰাৰ্থী গৰাকীৰ

WhatsApp Image 2026 04 08 at 3.06.42 PM

Udalguri:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্যৰ ৰাজনীতিত কেতিয়াও নোহোৱা-নোপোজা ঘটনা সংঘটিত হ’ল ওদালগুৰিত ৷ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটদানৰ বাবে মাত্ৰ ১৭ ঘন্টামান থকা অৱস্থাত কংগ্ৰেছ ত্যাগ কংগ্ৰেছৰ এগৰাকী প্ৰাৰ্থীৰ। প্ৰাৰ্থী গৰাকী হ’ল কংগ্ৰেছৰ ওদালগুৰিৰ প্ৰাৰ্থী চৰেন দৈমাৰী।

বুধবাৰে দুপৰীয়া সংবাদ মাধ্যমৰ আগত প্ৰাৰ্থী গৰাকীয়ে নির্বাচন নেখেলাৰ ঘোষণা কৰাৰ লগতে দলত্যাগক কথাও সদৰি কৰে ৷ কংগ্ৰেছ দলটোৱে মিঞাক প্ৰাধান্য দিয়ে আৰু এছ টি মানুহক গুৰুত্ব নিদিয়ে ৷ মুলত দলটো গড্ডাৰ বুলিও অভিহিত কৰে।

উল্লেখ্য যে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে হঠাতে কংগ্ৰেছ ত্যাগ কৰা আৰু নিৰ্বাচনী ৰণক্ষেত্ৰৰ আঁতৰি যোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ৷

Exit mobile version