Deadbody Recovered in Bhangagarh: মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাক্ষ মলৰ চতুৰ্থ মহলাত ৰহস্যজনক অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

WhatsApp Image 2026 04 11 at 1.24.43 PM

Deadbody Recovered in Bhangagarh:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–মহানগৰীৰ মাজমজিয়াৰ ভঙাগড়ত ৰহস্যজনক অৱস্থাত শনিবাৰে পুৱাতে উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ ৷ ৰুদ্ৰাক্ষ মলৰ চতুৰ্থ মহলাত  উদ্ধাৰ হোৱা মৃতদেহটো সোণাপুৰৰ সিদ্ধান্ত দাস বুলি চিনাক্ত কৰে ভঙাগড় আৰক্ষীয়ে ৷ এমাহ পূর্বেহে বিবাহপাশত আবদ্ধ হৈছিল সিদ্ধান্ত দাস । কোনো দুর্বৃত্তই যুৱকজনক হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ । ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে মৃতদেহটি মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰি প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে ৷

Exit mobile version