বৰভাগত যুগান্তকাৰী সিদ্ধান্ত: জুবিন গাৰ্গলৈ মৰনোত্তৰ “সংগীত সম্ৰাট” উপাধি

IMG 20260415 131457

প্ৰয়াত প্ৰানৰ শিল্পী জুবিন গাৰ্গলৈ “সংগীত সম্ৰাট“ উপাধি প্ৰদান।বিহু সন্মিলনৰ সোনালী জয়ন্তী মহোৎসৱ প্ৰথম নিশাই সদৰি কৰে বিহু সমিতিৰ স্থায়ী সভাপতি তথা ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি পুলিন লহ কৰে৷

কালি সন্ধিয়া স্থায়ী কমিটিৰ এখন গুৰুত্বপূৰ্ণ সভাত উক্ত সিদ্ধান্ত লোৱা বুলি সভাপতি গৰাকীয়ে ৰাজহুৱা ভাবে সদৰি কৰে৷

প্ৰয়াত শিল্পী গৰাকীক মৰনোত্তৰ ভাবে সংগীত সম্ৰাট উপাধি প্ৰদান কৰাত সকলো ৰাইজে সমৰ্থন কৰিছে৷

Exit mobile version