পুনৰ বাতিল মৰ্মিতা মিত্ৰৰ সংগীতানুষ্ঠান

গোলাঘাটৰ পাছত কাজিৰঙাতো বাতিল অনুষ্ঠান

marmita8 2025 02 e033c18625dcb1ab29e947d1421536ee e1739680450768

পুনৰ বাতিল হ’ল জনপ্ৰিয় গায়িকা মৰ্মিতা মিত্ৰৰ সংগীতানুষ্ঠান । গোলাঘাটত অনুষ্ঠান বাতিল হোৱাৰ পাছতে এতিয়া কাজিৰঙাতো তেওঁৰ অনুষ্ঠান বন্ধ কৰা হৈছে ।

উল্লেখযোগ্য যে আঠ মে’ত অনুষ্ঠিত হ’বলগীয়া ৩৬ সংখ্যক কঁহৰা বসন্ত উৎসৱত মৰ্মিতা মিত্ৰৰ সংগীতানুষ্ঠান আয়োজন কৰা হৈছিল।

Exit mobile version