Mangaldoi:মঙলদৈ পিপৰাদোকানত অঘটন !

অচেতন অৱস্থাত উদ্ধাৰ বিহুৱা দল

WhatsApp Image 2026 04 18 at 1.12.45 PM

Mangaldoi:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-মঙলদৈ পিপৰাদোকানত অচেতন অৱস্থাত উদ্ধাৰ বিহুৱা দল। মঙলদৈৰ দিঘীৰপাৰত বিহু পৰিবেশন কৰি পাঠশালাৰ পৰি হৰেশ্বৰ নামৰ বিহু দলটি উভতাৰ পথত পুৱতি নিশা সংঘটিত এই ঘটনা ৷ স্থানীয় লোকে ততাতৈয়াকৈ অচেতন অৱস্থাত বিহু দলটিৰ সকলো সদস্যক ভৰ্তি কৰে মঙলদৈ অসামৰিক চিকিৎসালয়ত ৷ বৰ্তমান আটাইয়ে সংকটমুক্ত ৷

Exit mobile version