ৰুনিখাতা বন কাৰ্যালয় আক্ৰমণ কাণ্ডঃ ২৩ এপ্ৰিলত দণ্ডাধিশ পৰ্যায়ৰ শুনানি

পুনৰ আৰম্ভ ইন্টাৰনেট সেৱা

IMG 20260420 WA0026

Chirang:✒️চিৰাঙৰ ৰুনিখাতা বনাঞ্চলিক কাৰ্যালয়ত সংঘটিত আক্ৰমণ আৰু তাৰ ফলত সৃষ্টি হোৱা অপ্ৰিতিকৰ পৰিস্থিতিক লৈ দণ্ডাধিশ পৰ্যায়ৰ শুনানিৰ নিৰ্দেশ দিছে জিলা অতিৰিক্ত দণ্ডাধীশ সংগীতা সৰকাৰে।

অহা ২৩ এপ্ৰিল তাৰিখে ৰুনিখাতা বন পৰিদৰ্শন বাংলাত পুৱা ১১ বজাৰ পৰা বিয়লি তিনি বজালৈ এই শুনানি অনুষ্ঠিত হ’ব।

ইফালে, চিৰাং আৰু কোকৰাঝাৰ জিলাত বিয়লি তিনি বজাৰ পৰা পুনৰ ইন্টাৰনেট সেৱা উপলব্ধ কৰা হৈছে।

Exit mobile version