Drugs Seized in Jogighopa:যোগীঘোপাত আৰক্ষীৰ জালত ড্রাগছসহ কুখ্যাত সৰবৰাহকাৰী

WhatsApp Image 2026 04 20 at 12.02.53 PM

Drugs Seized in Jogighopa:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-গোৱালপাৰাৰ যোগীঘোপাত আৰক্ষীৰ জালত ড্রাগছসহ কুখ্যাত সৰবৰাহকাৰী ৷ বিশেষ সূত্ৰৰ পমখেদি আৰক্ষীয়ে ড্রাগছসহ কুখ্যাত সৰবৰাহকাৰী ৰফিউল হুছেইনক কাবাইটাৰীৰ চলন্তাপাৰাৰ ভাড়াঘৰত অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ভাড়াঘৰটোৰ পৰা বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ,নগদ ধন সহ দুখন মটৰচাইকেল জব্দ কৰে আৰক্ষীয়ে ।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি কুখ্যাত সৰবৰাহকাৰীৰফিউল হুছেইনে সংগোপনে ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আহিছিল I

Exit mobile version