Mahapurusha Srimanta Shankaradeva Viswavidyalaya:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-ৰাজ্যৰ দুই বিশিষ্ট ব্যক্তিক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক হিচাপে নিযুক্তি ৷ পদ্মশ্রী বঁটাপ্রাপক, সংগীত নাটক অকাডেমী বঁটা বিজয়ী ভাস্কর্য শিল্পী নুৰুদ্দিন আহমেদ আৰু সাহিত্য অকাডেমী বঁটা প্রাপক বিশিষ্ট সাহিত্যিক – সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই মঙলবাৰে প্ৰাধ্যাপক হিচাপে নিযুক্তি দিয়ে ৷
