Rangia:ৰঙিয়া আদালত চৌহদত শোকাৱহ ঘটনা

WhatsApp Image 2026 04 22 at 4.09.33 PM

Rangia:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰঙিয়া আদালতত বুধবাৰে সংঘটিত হোৱা এক শোকাৱহ ঘটনাই সকলোককে শোকাহত কৰি তোলে ৷ হৃদক্রিয়া বন্ধ হৈ এগৰাকী অধিবক্তাৰ ন্যায়িক দণ্ডাধীশ আদালত চৌহদতে মৃত্যু হয় ৷মৃত অধিবক্তা গৰাকীৰ নাম হাইদৰ আলী। ৰঙিয়া আদালতত এক গোচৰ সংক্ৰান্তত গুৱাহাটীৰ পৰা ৰঙিয়ালৈ আহিছিল অধিবক্তা গৰাকী। তেওঁৰ ঘৰ গুৱাহাটীৰ বশিষ্ঠত ৷

Exit mobile version