Heroin Seize in Juria:নগাঁৱৰ জুৰীয়াত আৰক্ষীৰ জালত হে’ৰইন সহ দুই সৰবৰাহকাৰী

WhatsApp Image 2026 04 23 at 12.37.15 PM

Heroin Seize in Juria:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বাবে ধাৰাবাহিক অভিযান অব্যাহত থকাৰ মাজতে জুৰীয়াত আৰক্ষীৰ জালত পৰে দুই কুখ্যাত সৰবৰাহকাৰী ৷ বিশেষ খবৰৰ ভিত্তিত জুৰীয়া আৰক্ষীয়ে শিঙাৰীত অৰ্তকিতে অভিযান চলাই
বুজন পৰিমাণৰ হে’ৰইন সহ দুই সৰবৰাহকাৰী মাইজুল হক আৰু জয়নাল উদ্দিন গ্ৰেপ্তাৰ কৰে ৷ ধৃত দুই সৰবৰাহকাৰীৰ ঘৰ জুৰীয়াৰ মাহগুৰিত । আৰক্ষীয়ে অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে জেৰা ।

Exit mobile version