British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

১৭জুনত ব্ৰিটিছ সংসদৰ কমিটি কক্ষত অসমৰ 'বৈষ্ণৱীয় সংস্কৃতি' শীৰ্ষক ভাষণ প্ৰদান কৰিব সত্ৰাধিকাৰ গৰাকীয়ে

WhatsApp Image 2026 04 24 at 4.02.27 PM 1

British Parliament:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-অসমৰ সত্ৰ- সংস্কৃতিৰ পীঠস্থান মাজুলীৰ ঐতিত্যমণ্ডিত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃপীতাম্বৰ দেৱগোস্বামীক ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ ৷ ১৭ জুনত ইংলেণ্ডৰ ব্ৰিটিছ সংসদৰ কমিটি কক্ষত ‘অসমৰ ‘বৈষ্ণৱীয় সংস্কৃতি আৰু বহুসাংস্কৃতিক সমাজত ইয়াৰ প্ৰভাৱ’ শীৰ্ষক এক বক্তৃতা প্ৰদান কৰিব সত্ৰাধিকাৰ গৰাকীয়ে ৷

উল্লেখ্য যে পোনপ্ৰথম বাৰৰ বাবে ব্ৰিটিছ সংসদত বক্তব্য প্ৰদান কৰিবলৈ সুযোগ লাভ কৰা ড:দেৱগোস্বামী প্ৰথম গৰাকী সত্ৰাধিকাৰ ।

Exit mobile version