First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

সিদ্ধার্থ শৰ্মাই ব্যৱহাৰ কৰা একাংশ ব্যক্তিৰ বেংক একাউন্টো জব্দৰ নিৰ্দেশ আদালতৰ

WhatsApp Image 2026 04 29 at 3.51.59 PM

First take court in Zubeen Garg Case:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-হিয়াৰ আমঠু জুবিন গাৰ্গ মৃত্যু গোচৰৰ বাবে গঠিত ফাষ্টট্ৰেক আদালতে বুধবাৰে এক কঠোৰ ৰায়দান প্ৰদান কৰে। বাকসা কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা জুবিন গাৰ্গ মৃত্যু গোচৰৰ অন্যতম অভিযুক্ত সিদ্ধার্থ শৰ্মা মালিকাধীন ‘মহাবীৰ একুৱা’ জব্দৰ নিৰ্দেশ দিয়ে শৰ্মিলা ভূঞা ফাষ্টট্ৰেক আদালতে। একেদৰে আদালতে সিদ্ধাৰ্থ শৰ্মাৰ বেংক একাউণ্ট জব্দ কৰাৰ লগতে সিদ্ধাৰ্থৰ সৈতে লেনদেন কৰা আন কেইবাজনৰো বেংক একাউণ্ট জব্দৰ নিৰ্দেশ দিয়ে৷

উল্লেখ্য যে এছআইটিৰ আবেদনৰ ভিত্তিত বিগত কেইবাদিনো ধৰি চলা শুনানিৰ অন্তত বুধবাৰে বিশেষ ফাষ্ট ট্রেক আদালতে এই ৰায়দান প্ৰদান কৰে ৷

Exit mobile version