Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

WhatsApp Image 2026 04 29 at 2.37.04 PM

Kaziranga:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বুধবাৰে মধ্য প্ৰদেশলৈ নিয়া হ’ল চাৰিটাকৈ বনৰীয়া ম’হ ৷ ৰাজ্য খনৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়াৰ বাবে আজি ৪ টা ম’হক বিশেষভাৱে নির্মিত দুখন বাহনত উঠাই দিয়া হয় ৷ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ফ্লেগঅফ কৰাৰ লগে লগে ৰাওনা হয় বিশেষ বাহন কেইখন ৷ উল্লেখ্য যে প্ৰায় দুহেজাৰ কিলোমিটাৰ পথ অতিক্ৰম কৰি বাহন দুখন উপস্থিত হ’বগৈ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পত।

Exit mobile version