Panjabari :মহানগৰীৰ পাঞ্জাৱাৰীৰ বতাহঘুলিত গজৰাজৰ মুক্ত বিচৰণ,আতংকিত ৰাইজ

WhatsApp Image 2026 04 29 at 12.57.25 PM

Panjabari :

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-গুৱাহাটী মহানগৰীৰ আশে-পাশে থকা বনাঞ্চল সমূহ ক্ৰমাৎ সংকুচিত হৈ অহাৰ বাবেই খাদ্যৰ সন্ধানত বন্যহস্তীয়ে অৰণ্যৰ পৰা ঢাপলি মেলে জনাৰণ্যলৈ ৷ অবাধ গতিত অব্যাহত বনাঞ্চল ধংসৰ বাবে প্ৰায়ে মহানগৰীৰ যতে’ততে বন্যহস্তীৰ মুক্ত বিচৰণক লৈ ত্ৰস্তমান হৈ থকাৰ মাজতে মঙলবাৰে নিশা মহানগৰীৰ পাঞ্জাৱাৰীৰ বতাহঘুলি অঞ্চলত গজৰাজৰ মুক্ত বিচৰণক লৈ ৰাইজৰ মাজত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ অৱশ্যে গজৰাজে কোনো ক্ষয়ক্ষতি নকৰাকৈ গহীন খোজেৰে বনাঞ্চলৰ দিশে গতি কৰে।

Exit mobile version