Fast Track Court:শনিবাৰে সাময়িকভাৱে বন্ধ থাকিব ফাৰ্ষ্টট্ৰেক আদালতৰ কাম-কাজ

সোমাবাৰে সক্রিয় হ'ব আদালতৰ কাম-কাজ, শনিবাৰে সিদ্ধাৰ্থৰ জামিনৰ ৰায়দানো স্থগিত ৰখা হয়

WhatsApp Image 2026 05 02 at 12.48.45 PM

Fast Track Court:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-হিয়াৰ আমঠু জুবিন গাৰ্গ হত্যা গোচৰৰ বাবে উচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া ন্যায়াধীশ শৰ্মিলা ভূঞা ফাৰ্ষ্টট্ৰেকত ইতিমধ্যে দৈনিক আৰম্ভ হৈছে শুনানি ৷ অৱশ্যে শনিবাৰে বিশেষ কাৰণত স্থগিত ৰখা হ’ল আদালতৰ কাম কাম-কাজ । বিশেষ ন্যায়াধীশ গৰাকী ছুটীত যোৱা বাবে স্থগিত ৰখা হয় আদালতৰ কাম কাম-কাজ I একেদৰে শনিবাৰে সিদ্ধাৰ্থৰ জামিনৰ ৰায়দানো স্থগিত ৰখা হয় I অৱশ্যে সোমবাৰৰ পৰা পূৰ্বৰ দৰে দৈনিক আৰম্ভ হ’ব আদালতৰ কাম কাম-কাজ ৷

 

Exit mobile version