RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

WhatsApp Image 2026 05 05 at 12.18.57 PM

RSS Office:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:মঙলবাৰে পুৱাই মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় মহানগৰীৰ ভিআইপি ৰোডস্থিত বৰবাৰীৰ আৰএছএছ মাণ্ডলীক কাৰ্যালয় সুদৰ্শনালয়ত। মুখ্যমন্ত্ৰীৰ স’তে উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ।

উল্লেখ্য বিজেপি নেতৃত্বাধীন এনডিএ ৰাজ্যত তৃতীয়বাৰৰ বাবম ৰাজকীয় বিজয় লাভ কৰাৰ পিছতে পুৱাই মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতিয়ে একেলগে সুদৰ্শনালয়ত উপস্থিত হোৱা বিষয়টো বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷

 

গুৱাহাটীৰ বৰবাৰীৰ সুদৰ্শনালয়ত

Exit mobile version