Dr.Himanta Viswa Sarma:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স: আজি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব ড: হিমন্ত বিশ্ব শৰ্মাই ৷ ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকী দিছপুৰৰ পৰা ৰাজভৱন অভিমুখে ৰাওনা হৈছে ৷ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আৰ্চাযক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীয়ে দাখিল কৰিব তেওঁৰ পদত্যাগ পত্ৰ ৷ আনহাতে মুখ্যমন্ত্ৰী গৰাকীৰ পদত্যাগৰ পিছতে ভংগ হ’ব পঞ্চদশ অসম বিধানসভা ৷
