Heroin Seized in South Salmara:দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত হেৰ’ইন সহ দুই সৰবৰাহকাৰী আৰক্ষী জালত

WhatsApp Image 2026 05 06 at 11.44.45 AM 1

Heroin Seized in South Salmara:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-ড্ৰাগছৰ বিৰুদ্ধে দক্ষিণ শালমাৰা আৰক্ষীয়ে কঠোৰস্থিতি গ্ৰহণ কৰি অহাৰ মাজতে ফকিৰগঞ্জ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হয় দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ৷ আৰক্ষীয়ে সৰবৰাহকাৰী দুজনৰ পৰা জব্দ কৰে ১১৪টা প্লাষ্টিকৰ কন্টেইনাৰ ভর্তি হেৰ’ইন ৷ জব্দকৃত হে’ৰইন খিনিৰ ওজন প্রায় ১৪৪.৫৫ গ্রাম ৷ আনহাতে ধৃত সৰবৰাহকাৰী দুজন হ’ল গাজিবৰ ৰহমান আৰু ইকবাল হুছেইন ৷

Exit mobile version