ULFA(I) Cadre Arrested in Demow:ডিমৌৰ পালেঙীত আৰক্ষীৰ অভিযানত আলফা (স্বাঃ)ৰ সদস্যক মাৰাণস্ত্ৰ সহ আটক

WhatsApp Image 2026 05 06 at 11.44.45 AM

ULFA(I) Cadre Arrested in Demow:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-পূব অসমত শেহতীয়াকৈ আলফা স্বাধীনৰ কুজকাৱাজ আৰম্ভ হোৱাৰ সম্ভেদ লাভ কৰাৰ পিছৰে পৰা ব্যাপক অভিযান অব্যাহত ৰাখিছে অভিযান৷ ইয়াৰ মাজতে ডিমৌ আৰক্ষীয়ে বিশেষ সূত্ৰৰ পমখেদি ডিমৌৰ পালেঙীত অৰ্তকিতে অভিযান চলাই ৰন্টু অসম ওৰফে বীৰেন চেতিয়া নামৰ দুৰ্ধৰ্ষ আলফা কেডাৰ এগৰাকীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে কেডাৰজনৰ পৰা এটা পিষ্টল, ১০ জাঁই সক্রিয় গুলী আৰু ৮টা গ্রেণেড উদ্ধাৰ কৰে ৷ আটকাধীন কেডাৰজনৰ ঘৰ মৰাণ থানৰ বেজপথাৰ গাঁৱত ৷

Exit mobile version