UlFA( I) Linkman Arrested:চৰাইদেউত আলফা স্বাধীনৰ লিংকমেন এগৰাকী নগা মহিলা আটক

WhatsApp Image 2026 05 07 at 1.05.53 PM 2

UlFA( I) Linkman Arrested:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-উজনিত আলফা স্বাধীনৰ কুজকাৱাজ সংগোপনে অব্যাহত থকাৰ সম্ভেদ লাভ কৰি ইতিমধ্যে অব্যাহত ৰখা অভিযানৰ মাজতে চৰাইদেউত আৰক্ষীৰ জালত পৰে আলফা লিংকমেন এগৰাকী নগা মহিলা ৷ ধৃত নগা মহিলা গৰাকীয়ে আলফা (স্বাঃ)ত যোগদান কৰা যুৱকক পথ নির্দেশনা দি অহাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে ৷ ধৃত মহিলা গৰাকীৰ নাম লিটাও কন্যাক ৷ ঘৰ নাগালেণ্ড টিজিতত ৷ আৰক্ষীয়ে বিদ্রোহী সংগঠন সন্দৰ্ভত মহিলা গৰাকীক জেৰা অব্যাহত ৰাখিছে।

Exit mobile version