NIA Raids:ৰাজ্যত জেহাদী বিৰুদ্ধে নিয়াৰ অভিযান

কাৰাবন্দী জেহাদী ছুলতান মাহমুদৰ বৰপেটাৰ বাসগৃহত নিয়াৰ অভিযান

WhatsApp Image 2026 05 08 at 1.18.38 PM

NIA Raids:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:ৰাজ্যত শেহতীয়াকৈ সংগোপনে বৃদ্ধি পাইছে জেহাদীৰ কুজকাৱাজ। যাৰবাবে জেহাদী বিৰুদ্ধে তৎপৰ হৈ পৰিছে ৰাষ্ট্ৰীয় তদন্তকাৰী সন্থা ‘নিয়া’৷ শুকুৰবাৰে নিয়াৰ এটা দলে কাৰাবন্দী জেহাদী ছুলতান মাহমুদৰবৰপেটা ৰোডৰ নিচুকাত থকা বাসগৃহত অভিযান চলাই কেতবোৰ আপত্তিজনক নথিপত্ৰ জব্দ কৰে। ৷

উল্লেখ্য যে কাৰাবন্দী জেহাদী ছুলতান মাহমুদ সম্প্ৰতি কাৰাৰুদ্ধ হৈ আছে গুৱাহাটী কাৰাগাৰত । জেহাদী কাৰ্যকলাপৰ স’তে জড়িত থকাৰ অভিযোগ কাৰাবন্দী ছুলতান মাহমুদক ২০২৫ ৰ ৩০ ডিচেম্বৰত গ্ৰেপ্তাৰ কৰিছিল নিয়া’ই ৷

Exit mobile version