ADVERTISEMENT

Tag: BTR

একত্ৰীকৰণৰ বাবে মিত্ৰতা ভংগ কৰিবলৈ মহিলাৰীয়ে দিলে চর্ত

Hagrama Mohilary:✒️বিজেপি নেতৃত্বাধীন এনডিএ ত্যাগ কৰি ওলাই আহিলেহে ইউপিপিএলৰ স'তে বিপিএফৰ মিত্রতা হ'ব। সমাগত বিটিচি নিৰ্বাচনৰ বতাহ গৰম হোৱাৰ সময়তে ...

Read moreDetails

বিটিআৰত কলিতা জনগোষ্ঠীক ভূমিৰ অধিকাৰ প্ৰদানৰ দাবী কলিতা আলপাইন সন্মিলন

BTR:✒️"বিটিআৰত আইন সংশোধন কৰি হ'লেও কলিতা জনগোষ্ঠীক ভূমি অধিকাৰ প্ৰদান কৰক। প্ৰয়োজনত আইন যিকোনো সময়ত সংশোধন কৰিব পাৰি। যেনেকৈ নহওঁক ...

Read moreDetails

প্রতিজন কংগ্রেছ কর্মীক নির্বাচনলৈ দায়িত্ব প্ৰদানৰ সিদ্ধান্ত

Congress: আগন্তুক বিটিচি নিৰ্বাচনৰ লগতে বিধানসভা নির্বাচনৰো ৰণকৌশল দলৰ তৃণমূল কর্মীৰ চোতালত বহি নির্ধাৰণ কৰিব কংগ্ৰেছে। ইয়াৰ লগতে প্রদেশ কংগ্ৰেছৰ এজনো ...

Read moreDetails

ষষ্ঠ অনুসূচীৰ এলেকাৰ পৰা ক্ষমতা কাঢ়ি লৈছে হিমন্ত বিশ্বই

Gaurav gogoi:✒️ বিটিআৰ, ডিমা হাছাও, কাৰ্বি আংলঙৰ দৰে স্বায়ত্তশাসিত পৰিষদৰ সাংবিধানিকভাৱে প্ৰদত্ত ক্ষমতা ‘ৰিম’ট কণ্ট্ৰ’ল’ৰ জৰিয়তে এতিয়া দিছপুৰৰ পৰাই নিয়ন্ত্ৰণ ...

Read moreDetails

Budget session at BTC Legislative Assembly Bhawan : অসম বিধানসভাৰ বাজেট অধিবেশন উপলক্ষে  গুৱাহাটীৰ পৰা চার্টার্ড বাছযোগে কোকৰাঝাৰলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী আৰু  মন্ত্রী-বিধায়কসকল

Budget session at BTC Legislative Assembly Bhawan : অসম বিধানসভাৰ বাজেট অধিবেশন উপলক্ষে  গুৱাহাটীৰ পৰা চার্টার্ড বাছযোগে কোকৰাঝাৰলৈ ৰাওনা হ'ব ...

Read moreDetails

বিটিআৰত শিক্ষা বিভাগৰ ফোপোলা স্বৰূপ ,গোসাঁইগাঁৱত কৰ্তব্যত গাফিলতি ৰুৱেন মুৰ্মু নামৰ এজন শিক্ষকৰ। স্কুলত নহাকৈ সহকাৰী শিক্ষক ৰুৱেন মুৰ্মুয়ে ভোগ কৰি আছে চৰকাৰী দৰমহা। অগ্ৰদূত বাৰ্তা দোতমা ১৮ জানুৱাৰীঃ- গোসাঁইগাঁও মহকুমাৰ এখন প্ৰাথমিক স্কুল। স্কুলখনৰ শিক্ষক নাহে স্কুলত। ঘৰত বহি খাইছে চৰকাৰী দৰমহা। কেৰেপ নকৰে কাকো। স্কুলখন হৈছে গোসাঁইগাঁও মহকুমাৰ কচুগাঁও শিক্ষা খণ্ডৰ হাতীগড় চান্তালী বি এল পি স্কুল। পূৰ্বতে স্কুলখনত এগৰাকী শিক্ষক আছিল। কিন্তু বৰ্তমান দুজন শিক্ষক। সহকাৰী শিক্ষক ৰুৱেন মুৰ্মু স্কুলত নাহি চৰকাৰী দৰমহা ভোগ কৰি আহিছে। প্ৰধান শিক্ষক গৰাকী অকলে শ্ৰেণী কাৰ্য চলাই আহিছে। সহকাৰী শিক্ষক গৰাকী সপ্তাহত দুই – এদিন আহি চহী কৰি গুচি যায়। শিক্ষক গৰাকী স্কুলত নহাত ইয়াৰ পূৰ্বে ৰঙা চিয়াহিৰে অনুপস্থিত লিখি দিয়ে কৰ্তৃপক্ষই। প্ৰায় ৭৫ গৰাকী ছাত্ৰ ছাত্ৰী থকা এইখন চৰকাৰী স্কুলৰ জুৰুলা অৱস্থাই বিটিআৰৰ শিক্ষা বিভাগৰ ফোপোলা স্বৰূপ উদঙাই দিছে। উল্লেখ যে, শিক্ষক ৰুৱেন মুৰ্মু পূৰ্বে উক্ত স্কুলৰ প্ৰধান শিক্ষক আছিল যদিও স্কুলত উপস্থিত নথকাত তেওঁক সহকাৰী শিক্ষকৰ পদত দিয়ে যদিও তথাপিও নাহে স্কুলত। উক্ত বিষয়টোৰ ওপৰত বিভাগীয় কতৃপক্ষই সহকাৰী শিক্ষক ৰুৱেন মুৰ্মুৰ ওপৰত কি ব্যবস্থা গ্রহণ কৰে সেয়া হব লক্ষণীয়

Btr: গোসাঁইগাঁও মহকুমাৰ এখন প্ৰাথমিক স্কুল। স্কুলখনৰ শিক্ষক নাহে স্কুলত। ঘৰত বহি খাইছে চৰকাৰী দৰমহা। কেৰেপ নকৰে কাকো। স্কুলখন হৈছে ...

Read moreDetails

Rhino Carcass Found In Manas National Park:মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ এটা গঁড়ৰ মৃত্যু

Rhino Carcass Found In Manas National Park: বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ এটি গঁড়ৰ মৃত্যুৰ ঘটনা আজি পোহৰলৈ আহিছে৷ ...

Read moreDetails

BTR Visit Education Minister : বিটিআৰ চুক্তিৰ ৬:৩ দফা অনুসৰি অপ্ৰাদেশীকৃত বিদ্যালয় প্ৰাদেশীকৰনৰ আশ্বাস শিক্ষামন্ত্ৰীৰ

BTR Visit Education Minister : বি টি আৰ অঞ্চলৰ অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক সকললৈ ভাল খবৰ । বিটিআৰ চুক্তিৰ ৬:৩ দফা ...

Read moreDetails
Page 1 of 5 1 2 5